Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Trump warns China and India over import tariffs on US goods: মার্কিন সামগ্রীত আমদানি শুল্ক বৃদ্ধিক লৈ চীন-ভাৰতলৈ সকীয়নি জাৰি ট্ৰাম্পৰ

ৰাষ্ট্ৰপতিৰ নিৰ্দেশ ব্যৰ্থ কৰিব বিচৰা অর্ধশতাধিক বিষয়াক বাধ্যতামূলক ছুটী

publisher by publisher
January 29, 2025
in International, News
Reading Time: 3 mins read
0
Trump warns China and India over import tariffs on US goods: মার্কিন সামগ্রীত আমদানি শুল্ক বৃদ্ধিক লৈ চীন-ভাৰতলৈ সকীয়নি জাৰি ট্ৰাম্পৰ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

সাগৰলৈ জাহাজ চলাচল কৰিব পৰাকৈ ১৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ নলা খান্দিলে চীনে

Trump warns China and India over import tariffs on US goods:

আগ্রাসী মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে এইবাৰ মার্কিন সামগ্রীত আমদানি শুল্ক বৃদ্ধিৰ অজুহাত দি চীন, ভাৰত আৰু ব্রাজিললৈ সকীয়নি জাৰি কৰিলে।

ADVERTISEMENT

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ট্রাম্প প্রশাসনৰ স’তে সম্পৰ্ক দৃঢ় কৰি তোলাৰ প্ৰয়াস অব্যাহত ৰখাৰ সময়তে মঙলবাৰে মার্কিন ৰাষ্ট্ৰপতিজন চীন, ভাৰত আৰু ব্রাজিলৰ বিৰুদ্ধে সৰৱ হৈ উঠে। আনকি শেহতীয়া চর্চা অনুসৰি অহা মাহত ৱাশিংটনত ট্রাম্পৰ স’তে আলোচনাত মিলিত হ’ব প্রধানমন্ত্রী মোদী।

মোদী-ট্রাম্পৰ আগন্তুক এই আলোচনাক লৈ চৰ্চা আৰম্ভ হোৱাৰ সময়তে ফ্ল’ৰিডাত এক অনুষ্ঠানত ভাষণ দি নৱনিযুক্ত মার্কিন ৰাষ্ট্ৰপতিজনে লগতে কয়, ‘চীন-ভাৰত আৰু ব্রাজিলে শুল্ক বৃহৎ হাৰত বৃদ্ধি কৰিছে। মোৰ চৰকাৰে এয়া অব্যাহত থাকিবলৈ নিদিয়ে। আমি আমেৰিকাক প্রথম স্থানত উপনীত কৰিবলৈ গৈ আছো।’

লক্ষ্যণীয় যে শেহতীয়াভাৱে বিশ্বত পাঁচ দেশীয় সংস্থা ‘ব্রিকছ‘ৰ প্ৰভাৱ বৃদ্ধি পাইছে ব্রাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকাৰে গঠিত সংস্থাটোৰ যে দৰাচলতে বিশ্বত গুৰুত্ব বৃদ্ধি পাইছে সেয়া মার্কিন ৰাষ্ট্ৰপতিজনৰ এনে মন্তব্যই প্রমাণ কৰে বুলি চর্চা হৈছে।

উল্লেখ্য যে যোৱা ২০ জানুৱাৰীত দ্বিতীয়বাৰৰ বাবে মার্কিন ৰাষ্ট্ৰপতিৰূপে শপত গ্ৰহণ কৰাৰ পাছতে ট্রাম্পে কেতবোৰ অত্যন্ত কঠোৰ কাৰ্যবাহী নির্দেশ জাৰি কৰে। ইয়াৰে অন্যতম হৈছে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে তেওঁ জাৰি কৰা নিৰ্দেশ। এই নির্দেশে সমগ্র বিশ্বতে জোঁকাৰণিৰ সৃষ্টি কৰি আছে। এনে অৱস্থাতে মার্কিন সামগ্ৰীত চীন, ভাৰত আৰু ব্রাজিলে অত্যধিক আমদানি শুল্ক আৰোপ কৰা বুলি সৰৱ হৈ উঠে ৰাষ্ট্ৰপতিজন।

অৱশ্যে তেওঁ যোৱা বছৰ ৰাষ্ট্ৰপতি নির্বাচনত বিজয়ী ঘোষিত হোৱাৰ পাছতো উক্ত তিনি দেশৰ বিৰুদ্ধে মার্কিন সামগ্রীত আমদানি শুল্ক বৃদ্ধিৰ অভিযোগ উত্থাপন কৰি সৰৱ হৈছিল। মঙলবাৰে তেওঁ কয়, ‘বিদেশী ৰাষ্ট্ৰসমূহ আৰু যিসমূহ দেশৰ লোকে আমাৰ ক্ষতি কৰে সেইসকলৰ দেশত উৎপাদিত তথা আমাৰ ইয়ালৈ ৰপ্তানি হোৱা সামগ্ৰীৰ ওপৰত আমি শুল্ক আৰোপ কৰিবলৈ গৈ আছো। এনে লোকে নিজৰ দেশক ভাল কৰিবলৈ বিচাৰে।

চীন, ভাৰত, ব্রাজিল আদি বহুসংখ্যক দেশে বৃহৎ হাৰত শুল্ক আৰোপ কৰিছে। এনে ঘটনা অধিক দিন অব্যাহত থাকিবলৈ আমি নিদিওঁ। কাৰণ আমি আমেৰিকাক প্ৰথম স্থানত উপনীত কৰিবলৈ গৈ আছো।’ তেওঁ চীন, ভাৰত আৰু ব্রাজিললৈ এই সকীয়নি জাৰি কৰাৰ লগে লগে অনুষ্ঠানত সমবেতসকলে উছাহ প্রদর্শন কৰে।

লক্ষ্যণীয়ভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৃহত্তম বাণিজ্যিক সহযোগী হৈছে ভাৰত। তৎসত্ত্বেও ট্রাম্পে বিগত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ভাৰতক অতি ডাঙৰ উৎপীড়নকাৰী আখ্যা দিছিল। তদুপৰি তেওঁ হুংকাৰ দিছিল যে ভাৰতকে ধৰি ‘ব্ৰিকছ’ ৰাষ্ট্ৰসমূহৰ পৰা আমেৰিকালৈ ৰপ্তানি হোৱা সামগ্রীসমূহত এশ শতাংশ শুল্ক আৰোপ কৰিব।

🔷 কাৰ্যবাহী নির্দেশ ব্যর্থ কৰিব বিচৰা অর্ধশতাধিক জ্যেষ্ঠ চৰকাৰী বিষয়াক বাধ্যতামূলক ছুটী

ৰাষ্ট্ৰপতি ট্রাম্পৰ ৰোষত পৰি বাধ্যতামূলক ছুটীত যাবলগীয়া হ’ল মার্কিন প্রশাসনৰ ৫৬জন জ্যেষ্ঠ বিষয়া। আন্তর্জাতিক উন্নয়নৰ মার্কিন সংস্থা (ইউএছএইড) ত কৰ্মৰত একাংশ বিষয়াই ৰাষ্ট্ৰপতি ট্রাম্পৰ কাৰ্যবাহী নির্দেশ ব্যর্থ কৰাৰ ষড়যন্ত্রত লিপ্ত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

এই বিষয়াবৰ্গৰ এনে স্থিতিৰ কথা পোহৰলৈ অহাৰ পাছতে ইউএছ এইডৰ কমেও ৫৬জন বিষয়াক বাধ্যতামূলক ছুটী প্ৰদান কৰা হৈছে। এই ৫৬ বিষয়াৰ এনে অবাধ্য আচৰণ ধৰা পেলায় ইউএছএইডৰ প্রশাসক জেছন গ্রেই।

আনহাতে, এই বৃহৎসংখ্যক বিষয়াক ট্রাম্প প্রশাসনে বাধ্যতামূলক ছুটী দিয়াত ইউএছএইডৰ কাম-কাজত ব্যাঘাত জন্মোৱাৰ আশংকা প্রৱল হৈছে। ইতিমধ্যে ট্রাম্পে আন এক কার্যবাহী নির্দেশৰ জৰিয়তে ইউএছএইডলে পুঁজি যোগান ৯০ দিনৰ বাবে স্থগিত কৰিছে। ইউএছএইডে বিভিন্ন দেশক সাহায্য প্রদান কৰে। এই কাম সংস্থাটোরে মার্কিন বৈদেশিক দপ্তৰৰ জৰিয়তে কৰে।

এনেদৰে সংস্থাটোৱে বিশ্বৰ বিভিন্ন দেশত মানৱসেৱামূলক কাম-কাজ কৰে। আনহাতে, ইউএছএইডৰ অর্ধশতাধিক জ্যেষ্ঠ বিষয়াক বাধ্যতামূলক ছুটী দিয়া সম্পৰ্কত সংস্থাটোৰ প্ৰশাসক গ্রেই এক জাননীত কয়, ‘পৰৱৰ্তী জাননী জাৰি নকৰালৈকে সম্পূৰ্ণ দৰমহা আৰু অন্যান্য সা-সুবিধাসহ ইউএছএইডৰ একাংশ বিষয়াক বাধ্যতামূলক ছুটী দিয়া হৈছে।

অৱশ্যে সংস্থাটোৰ কোনসকল বিষয়াই ৰাষ্ট্ৰপতিৰ কাৰ্যবাহী নিৰ্দেশ ব্যর্থ কৰাৰ অপচেষ্টা চলায় সেইসকলৰ বিষয়ে সবিশেষ তথ্য প্রকাশৰ পৰা গ্ৰে বিৰত আছে।

আনহাতে, মার্কিন বৈদেশিক সচিব মার্ক’ ৰুবিঅ’ই সংবাদ মাধ্যমৰ আগত কয় যে সম্প্রতি মার্কিন প্রশাসনে কেৱল ইজৰাইল আৰু ইজিপ্তলৈহে জৰুৰী খাদ্য আৰু সামৰিক সাহায্য যোগান অব্যাহত ৰাখিছে। আন সকলো দেশলৈ মার্কিন প্রশাসনে আগবঢ়াই অহা সাহায্য বাতিল কৰিছে বুলি বৈদেশিক সচিব ৰুবিঅ’ই সদৰী কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ChinaDonald Trump warnsindiaover import tariffsUS goods
publisher

publisher

Related Posts

নেপালৰ বানপীড়িতলৈ ১০ হেজাৰ টকা দান কৰিলে তামিলনাডুৰ এজন ভিক্ষাৰীয়ে
India

September 3, 2026
Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ
Crime

Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

September 3, 2026
Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত
Assam

Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

September 3, 2026
Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক
Assam

Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

September 3, 2026
চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
Assam

চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

September 3, 2026
তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি
Assam

তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d