Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

    কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

    G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

    কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা

    Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে

    India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

হিমাচলত ১২শ পৰিভ্ৰমী পক্ষীৰ মৃত্যুত উদ্বেগ

publisher by publisher
January 4, 2021
in India, News
Reading Time: 1 min read
0
হিমাচলত ১২শ পৰিভ্ৰমী পক্ষীৰ মৃত্যুত উদ্বেগ
0
SHARES
4
VIEWS
ShareShareShareShare

মানুহৰ পাছত এইবাৰ মহামাৰীৰ কবলত পৰিছে পক্ষীকূল। দেশৰ একাধিক ৰাজ্যত ইতিমধ্যেই মৃত্যু হৈছে। বিপুল সংখ্যক পক্ষীৰ। হিমাচল প্রদেশত ৰহস্যজনক কাৰণত সহস্রাধিক পৰিভ্রমী পক্ষীৰ মৃত্যুৰ তথ্য পােৱা গৈছে। সেইদৰে বার্ড ফ্লুত আক্ৰান্ত হৈ মধ্যপ্রদেশ আৰু ৰাজস্থানত মৃত্যু হৈছে বহু সংখ্যক কাউৰীৰ। যাৰ বাবে সম্প্রতি কেন্দ্রীয় চৰকাৰাে উদিগ্ন হৈ পৰিছে। উল্লেখ্য যে শীতত বিভিন্ন দেশৰ পৰা ভাৰতলৈ আহে জাকে জাকে পৰিভ্ৰমী চৰাই।

ADVERTISEMENT

হিমাচল প্রদেশৰ পং বান্ধ সংলগ্ন জলাশয়ত সম্প্রতি এক অচিন মহামাৰীৰ দ্বাৰা আক্রান্ত হৈছে শ শ পৰিভ্ৰমী চৰাই। বিগত এসপ্তাহত প্রায় ১২শ পৰিভ্রমী পক্ষীৰ ৰহস্যজনক কাৰণত মৃত্যু হৈছে। ইয়াৰ ভিতৰত আছে বহু বিপন্ন প্রজাতিৰ পক্ষীও। এই পর্যন্ত মৃত্যুৰ কাৰণক কেন্দ্ৰ কৰি অনিশ্চয়তা থকাৰ বাবেই উদ্বেগ বাঢ়িছে। যােৱা ২৮ ডিচেম্বৰত উক্ত অঞ্চলৰ ফতেপুৰ অঞ্চলত কে’বাটাও পৰিভ্ৰমী চৰাইৰ মৃতদেহ দৃষ্টিগােচৰ হয় কর্তৃপক্ষৰ। তাৰ পাছতে সমস্ত জলাশয়ত অনুসন্ধান চলােৱা হয়।

RelatedPosts

মধ্য প্ৰদেশত দলঙৰ পৰা নদীত পৰিল গাড়ী,

চৰকাৰী চিকিৎসালয়ত প্ৰয়োগ ‘নিষিদ্ধ’ বেজী

Tiger Death in Madhya Pradesh:এমাহত চাৰিটা ! মধ্যপ্রদেশত বাঘৰ মৃত্যুত চিন্তিত বন বিভাগ

ক্ৰমাৎ উদ্ধাৰ হয় ৪২১টা চৰাইৰ মৃতদেহ। পৰৱর্তী সময়তাে মৃত পক্ষীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে। সমগ্র বিষয়টো উদ্বেগ প্রকাশ কৰি ফৰেষ্ট ৱাইল্ড লাইফ’ৰ মুৰব্বী অর্চনা শৰ্মাই কয়, এই কিছুদিনত প্রায় ১২শ চৰাইৰ মৃত্যু হৈছে। চৰাইবােৰৰ কিয় মৃত্যু হৈছে সেয়া বিচাৰি উলিয়াবলৈ তদন্তৰ নির্দেশ দিয়া হৈছে। মৃত্যুৰ সঠিক কাৰণ জনাৰ পাছতহে অভিযুক্তক চিনাক্ত কৰি তেওঁলােকৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা হ’ব। সমগ্র অঞ্চলটো ঘেৰি পেলােৱা হৈছে। কোনাে দুষ্ট প্রকৃতিৰ লােকে জলাশয়ত বিহ দিয়া বুলিও সন্দেহ কৰা হৈছে।

ইয়াৰ বিপৰীতে বার্ড ফ্লু বা আন কোনাে ভাইৰাছৰ সংক্ৰমণৰ আশংকা কর্তৃপক্ষই নুই কৰা নাই। ইতিমধ্যে একাংশ চৰাইৰ মৃতদেহ জলন্ধৰস্থিত ইণ্ডিয়ান ভেটেৰিনেৰী ৰিছাৰ্চ ইনষ্টিটিউট’ আৰু ‘জি’নেল ডিজিজ ডায়েগনষ্টিক লেবৰেটৰী’লে প্ৰেৰণ কৰা হৈছে। বাকী চৰাইৰ মৃতদেহসমূহ তৎক্ষণাত পুৰি পেলােৱা হয়। চৰাইসমূহৰ শৰীৰত কোনাে সংক্রমণ থাকিলে বিয়পি কৰাটো ৰােধ কৰাৰ বাবেই মৃতদেহ পুৰি পেলােৱাৰ সিদ্ধান্ত লােৱা হয়। উল্লেখ্য যে ১৮ হেজাৰ হেক্টৰ অঞ্চলজুৰি বিস্তৃত এই জলাশয়ত প্রতি বছৰৰ শীতকালত ১১৪টা প্ৰজাতিৰ প্রায় ডেৰ লক্ষ পৰিভ্রমী পক্ষী পৰেহি।

যােৱা ১৫ ডিচেম্বৰৰ হিচাপ অনুসৰি, সেই সময়লৈ অঞ্চলটোত আহি উপস্থিত হৈছে প্রায় ৫৭ হেজাৰ পক্ষী। ইপিনে, বার্ড ফ্লুৰ সংক্রমণ দেখা গৈছে মধ্যপ্রদেশ আৰু ৰাজস্থানত। বার্ড ফ্লুৰ সংক্রমণতে ৰাজ্য দুখনত ব্যাপক হাৰত মৃত্যু হৈছে কাউৰীৰ। মধ্যপ্রদেশৰ ইন্দোৰৰ এটা শিক্ষা প্রতিষ্ঠানৰ চৌহদত উদ্ধাৰ হয় ৫০টা কাউৰীৰ মৃতদেহ। ইয়াৰ মাজৰ কিছুমানক পৰীক্ষা কৰাত কাউৰীৰ শৰীৰত এইছফাইভএন৮ ভাইৰাছৰ সন্ধান ওলায়। বিগত কিছুদিন ধৰিয়ে ৰাজ্য দুখনৰ কিছু চহৰৰ কাউৰী মহামাৰীৰ কবলত পৰিছে। সেই মৃত কাউৰীৰ শৰীৰতাে পােৱা গৈছে বার্ড ভাইৰাছ। ইয়াকে লৈ অঞ্চলসমূহত আতংকও বিয়পি পৰিছে।

ৰাজস্থানৰ মুখ্য সচিব কুঞ্জিলাল মীনাই কয়, এই পর্যন্ত কোটাত ৪৭টা, ঝালৱাৰত এশটা, বাৰানত ৭২টা মৃত কাউৰী উদ্ধাৰ হৈছে। প্রশাসনৰ তৰফৰ পৰা প্রয়ােজনীয় পদক্ষেপ গ্রহণ কৰিছে। পৰিস্থিতি যাতে হাতৰ বাহিৰলৈ নাযায়, তাৰ প্রতি প্রশাসনে দৃষ্টি ৰাখিছে। কালিও ঝালৱাৰত ২৫টা, কোটাত ২২টা আৰু যােধপুৰত ১৫২টা কাউৰীৰ মৃত্যুৰ খবৰ আহে। লগতে মাছৰােকাৰ দৰে চৰাইৰ মৃত্যুৰ খবৰাে পােৱা গৈছে। ইয়াৰ পৰিপ্ৰেক্ষিততে সাধাৰণ মানুহৰ মাজতাে আতংকই দেখা দিছে। পশুৰ শৰীৰৰ পৰা কিবা প্ৰকাৰে এই ভাইৰাছে মানৱ শৰীৰত আক্রমণ কৰিব পাৰে নেকি, সেয়াও বুজিব পৰা নাই। কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে ৰাজস্থান চৰকাৰক বিশেষ নির্দেশ দিছে। যি যি স্থানত বার্ড।ফুৰ পৰা মৃত্যুৰ বাতৰি আহিছে, সেইবােৰ স্থানত দ্রুত পৰীক্ষা কৰাৰ নির্দেশ দিয়া হৈছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bird FlucrowHimachalMADHYA PRADESH
publisher

publisher

Related Posts

ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 
India

May 10, 2025
কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!
India

কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

May 10, 2025
G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক
News

G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

May 10, 2025
কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা
India

May 10, 2025
Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে
News

Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে

May 10, 2025
India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ
India

India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d