ক’ভিড আপডেট

79080149

■ভাৰতত ১০ শতাংশ নিম্নগামী হ’ল ক’ভিড সংক্ৰমণ ।
■বিগত ২৪ ঘণ্টাত ১৮ হেজাৰ ১৩৯ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
■সৰ্বমুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে এক কোটি চাৰি লাখ ১৩ হেজাৰ ৪১৭ জন ।
■ক’ভিডত আক্ৰান্ত হৈ এক লাখ ৫৭০ জন লোকে প্ৰাণ হেৰুৱাইছে ।
■বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ২৩৪ জনৰ ।
■সুস্থতাৰ সংখ্যা হৈছে এক কোটি ৩৭ হেজাৰ ৩৯৮ জন ।
■সম্প্ৰতি সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে দুই লাখ ২৫ হেজাৰ ৪৪৯ জন ।
■যোৱা ২৪ ঘণ্টাত সংক্ৰমণৰ হাৰ হৈছে ১.৯৪ শতাংশ ।

Exit mobile version