তিনিচুকীয়াৰ বৰগুৰিত TMPK ৰ সংবাদমেল

Screenshot 176

Takam missing porin kebang(TMPK) তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তথা লাইকা-দধিয়া পুনৰ সংস্থাপনৰ দাবী সমিতিৰ উদ্যোগত লাইকা-দধিয়াবাসীৰ ৰাইজৰ সংবাদমেল

ADVERTISEMENT

আশ্ৰয় শিবিৰ পাতি আন্দোলন কৰি থকা ঠাইতে সংবাদমেল অনুষ্ঠিত কৰিছে TMKP নেতৃত্বই

22 দিন ধৰি আন্দোলন কৰি থকাৰ পাছটো কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে TMPKৰ নেতৃত্বই

মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিয়া কমিটিৰ এজনো ব্যক্তি উপস্থিত নোহোৱাত ক্ষোভ প্ৰকাশ TMPK ৰ ৷

লখিমপুৰৰ পাভ বনাঞ্চলত লাইকা দধিয়া লোক সকলক সংস্থাপন দিব বিচৰা কাৰ্যক বিৰোধ TMPK ৰ ৷

Exit mobile version