ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ বিৰাট কোহলী আৰু অভিনেত্ৰী অনুষ্কা শৰ্মাৰ ঘৰলৈ আহিল নতুন আলহী

3a7b7c50 8313 11ea b9bd 167ebaa828fa

● কন্যাসন্তানৰ মাতৃ হ’ল জনপ্ৰিয় অভিনেত্ৰী অনুষ্কা শৰ্মাই

●মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত আজি দুপৰীয়া জন্মলাভ কৰে বিৰাট-অনুষ্কাৰ কন্যা সন্তাটি।

●বিৰাট কোহলী টুইটযোগে সদৰী কৰে এই কথা।

●টুইটাৰত কোহলী লিখে- ‘আমি দুয়োৱে জনাবলৈ পাই সুখী হৈছো যে আজি দুপৰীয়া আমাৰ এটি কন্যা সন্তান জন্ম হৈছে। আমি আপোনালোকৰ মৰম আৰু মংগল কামনাৰ বাবে কৃতাৰ্থ প্ৰকাশ কৰিলো। অনুষ্কা আৰু কন্যাসন্তান দুয়োৱে বৰ্তমান ভালে আছে।’

Exit mobile version