বঙাইগাঁৱত আজি আৰম্ভ কৰা হ’ল ক’ৰনা প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া ৷ জিলা উপায়ুক্ত ডা:এম এছ লক্ষীপ্ৰিয়াৰ উপস্থিতিত বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ অলি ৰায় চক্ৰৱৰ্তীয়ে প্ৰথম প্ৰতিষেধক গ্ৰহণ কৰে ৷ জিলাখনৰ দুই ঠাইত এই প্ৰতিষেদক প্ৰদান কৰে মুঠ ২০০ জন স্বাস্থ্য কৰ্মী ক’ভিড যোদ্ধাক।
সমগ্ৰ দেশৰ লগতে বঙাইগাঁও জিলাতো আজি ক’ভিড ১৯ৰ প্ৰতিষেধক প্ৰদান কৰা হয়
-
By publisher

- Categories: Assam, COVID-19, India, News
- Tags: AssamBongaigaoncovid vaccination
Related Content
Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ
By
publisher
April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
By
publisher
April 24, 2026
ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান
By
publisher
April 24, 2026
British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক
By
publisher
April 24, 2026
তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ'চিয়েল মিডিয়া
By
publisher
April 24, 2026
Bikaji Foods Founder Shiv ratan Agarwal Passes Away:'বিকাজী'ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান
By
publisher
April 24, 2026