Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

সাংবাদিক নিপা কাকতিক আক্ৰমণৰ বিৰুদ্ধে জেণ্ডাৰ কাউন্সিল ( জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছাম)ৰ প্ৰতিবাদ

publisher by publisher
January 19, 2021
in Assam, India, News
Reading Time: 1 min read
0
সাংবাদিক নিপা কাকতিক আক্ৰমণৰ বিৰুদ্ধে জেণ্ডাৰ কাউন্সিল ( জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছাম)ৰ প্ৰতিবাদ
2
SHARES
18
VIEWS
ShareShareShareShare

সংবাদ মেল এখনি সম্বোধন কৰিব আহি হিন্দি চিনেমাৰ পৰিচালক নামধাৰী দুই ব্যক্তিয়ে কৰ্তব্যৰত মহিলা সাংবাদিকৰ ওপৰত কৰা দূৰব্যহাৰৰ ওপৰত ক্ষোভ উজাৰি আজি এক প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে জাৰ্নেলিষ্ট ইউনিয়ন অব আছামৰ জেণ্ডাৰ কাউন্সিলে ।উল্লেখযোগ্য যে ১৬ জানুৱাৰীত গুৱাহাটী প্ৰেছ ক্লাৱত চিৰাঙৰ উমা শংকৰ শ্বাহ আৰু গুৱাহাটী মহানগৰীৰ দিছ্পুৰ চুপাৰ মাৰ্কেটৰ প্ৰাঞ্জল কুমাৰ গগৈয়ে এক সংবাদ মেল সম্বোধন কৰিছিল।

ADVERTISEMENT

উক্ত সংবাদ মেল খনলৈ সংবাদ সংগ্ৰহ কৰিব অহা আমাৰ অসমৰ কাকতৰ সাংবাদিক নিপা কাকতি উপস্থিত থাকি চিনেমা সম্পৰ্কত প্ৰশ্ন উত্থাপন কৰিছিল। এনেতে সাংবাদিক গৰাকীক কিয় এনে ধৰণৰ প্ৰশ্ন কৰিব বুলি দূৰব্যৱহাৰ কৰা লগতে বলপূৰ্বক ভাবে প্ৰেছ ক্লাৱৰ সভা গৃহৰ পৰা উলিয়াই দি শাৰিৰীক ভাবে অপদস্থ কৰে আৰু অকথ্য গালি গালাজ কৰে।

RelatedPosts

Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

Guwahati:গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাংবাদিক, ক্ৰীড়া সংগঠক প্ৰেমধৰ শৰ্মালৈ শ্ৰদ্ধাঞ্জলি

Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

ঘটনা সন্দৰ্ভত নিপা কাকতিয়ে প্ৰেছ ক্লাব কৰ্তৃপক্ষক অৱগত কৰাৰ লগতে পানবজাৰ মহিলা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে । ইপিনে পানবজাৰ আৰক্ষীয়ে এই দুই ব্যক্তিক আটক কৰে যদিও জামিনত মুক্তি দিয়ে। আৰক্ষীৰ এনে নিৰ্লিপ্ত ঘটনাক গৰিহণা দিয়াৰ লগতে মহিলা সাংবাদিক তথা সাংবাদিকৰ ওপৰত হোৱা এনে দুৰ্ব্যৱহাৰ বিৰুদ্ধে সাংবাদিকৰ সুৰক্ষা বিচাৰি আজি গুৱাহাটী প্ৰেছ ক্লাৱৰ সন্মুখত জেণ্ডাৰ কাউন্সিল আৰু জাৰ্নেলিষ্ট ইউনিয়ন অব আসামৰ উদ্যোগত ৰূপায়ণ কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী।

আজিৰ কাৰ্যসূচীত উপস্থিত থাকি জেণ্ডাৰ কাউন্সিল অসমৰ সভাপতি চেমিম চুলতানা আহমেদে কয় যে কৰ্তব্যৰত অৱস্থাত এগৰাকী মহিলা সাংবাদিকৰ ওপৰত হোৱা শাৰীৰিক মানসিক অত্যাচাৰৰ কোনো কাৰণতে মানি লোৱা নহব। আৰক্ষীয়ে এই বিষয়ত উচিত তদন্ত কৰক।

তেওঁ কয়, ” কৰ্তব্যৰত অৱস্থাত সাংবাদিক নিগ্ৰহৰ ঘটনা অতি দুৰ্ভাগ্যজনক। এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ আমি আৰক্ষী প্ৰশাসনক দাবী জনাইছো।’ কৰ্মক্ষেত্ৰত সাংবাদিকৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈ তেওঁ দাবী জনায় আৰু সাংবাদিকসকলক এক্যবদ্ধ হবলৈ আহ্বান জনায়।

আনহাতে প্ৰতিবাদ স্থলীত উপস্থিত থাকি ইণ্ডিয়ান জাৰ্নেলিষ্ট ইউনিয়নৰ ৰাষ্ট্ৰীয় সম্পাদক গীতাৰ্থ পাঠকে উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক উচিত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে।

ইপিনে আজিৰ অনুষ্ঠানত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক ছায়ামণি ভূঞাই ৰাজ্যত ক্ৰমাগত ভাবে হোৱা সাংবাদিক নিগ্ৰহৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে কয় যে সাংবাদিকে কঠোৰ প্ৰশ্ন কৰাটো সাংবাদিকৰ ধৰ্ম। তাৰ বাবে সাংবাদিকক আক্ৰমণ কৰাটো সাংবাদিকতাৰ স্বাধীনতাৰ ওপৰত আক্ৰমণৰ লেখীয়া। তেওঁ সাংবাদিকসকলৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰে।

আজিৰ প্ৰতিবাদী কাৰ্যসূচীত জাৰ্নেলিষ্ট ইউনিয়ন অৱ আসামৰ উপসভাপতি পলাশ ৰঞ্জন বৰা, জেণ্ডাৰ কাউন্সিলৰ সাধাৰণ সম্পাদক সুস্মিতা গোস্বামীকে ধৰি কেইবাগৰাকী সাংবাদিকক উপস্থিত আছিল।

http://dainikagradoot.in/wp-content/uploads/2021/01/VID-20210119-WA0145.mp4

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Gender CouncilGuwahati Press ClubJUAProtest
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d