Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

ক’ভেক্সিন গ্ৰহণৰ ক্ষেত্ৰত ভাৰত বায়’টেকৰ তথ্যপ্ৰকাশ

publisher by publisher
January 19, 2021
in COVID-19, Health, India, News
Reading Time: 1 min read
0
ক’ভেক্সিন গ্ৰহণৰ ক্ষেত্ৰত ভাৰত বায়’টেকৰ তথ্যপ্ৰকাশ
0
SHARES
2
VIEWS
ShareShareShareShare

ক’ভেক্সিনৰ পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পূৰ্বে অনুমোদন পত্ৰ লাভ কৰাক লৈ সৃষ্টি হৈছে সমালোচনাৰ । ভাৰত বায়’টেকৰ কৰ’না প্ৰতিষেধক ক’ভেক্সিন ব্যৱহাৰ কৰা হৈছে টিকাকৰণত । কিন্তু দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিষেধক গ্ৰহণ কৰা সকলৰ শৰীৰত পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছত সতৰ্কতা জাৰি কৰিছে ভাৰত বায়’টেকে । কোনসকল লোকে এই প্ৰতিষেধক গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লাগে তাৰ এখন তথ্যপত্ৰ প্ৰকাশ কৰিলে ভাৰত বায়’টেকে ।

ADVERTISEMENT

কালি এই তথ্যপত্ৰ প্ৰকাশ কৰে ভাৰত বায়’টেকে । তথ্যপত্ৰত উল্লেখ কৰা হৈছে, তাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অথবা এনে কোনো ঔষধ খাই আছে যাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত প্ৰভাৱ পৰে, যাৰ এলাৰ্জিৰ সমস্যা আছে সেইসকল লোকে ক’ভেক্সিন গ্ৰহণৰ পৰা বিৰত থাকা উচিত । প্ৰসূতি মহিলা, শিশুক স্তন্যপান কৰোৱা মহিলাসকলক এই প্ৰতিষেধক গ্ৰহণ কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ।’

RelatedPosts

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

দেশত ক’ভিডত মৃত্যু শতাধিক, কোন কোন বিষয়ে সতর্ক থকা জৰুৰী ?

লগতে জ্বৰ হ’লে, ৰক্তপাতৰ সমস্যা থাকিলে, ৰক্ত সঞ্চালন স্বাভাৱিক ৰখাৰ ঔষধ খালে অথবা অন্য কোনো গুৰুত্বৰ শাৰীৰিক সমস্যা থাকিলেও প্ৰতিষেধক গ্ৰহণ কৰা নিৰাপদ নহ’ব বুলি জাননি দিয়ে ভাৰত বায়’টেকে । পূৰ্বৰ পৰা অন্য কোনো কৰ’না প্ৰতিষেধক গ্ৰহণ কৰি থাকিলে ক’ভেক্সিন গ্ৰহণ কৰা শ্ৰেয় নহয় বুলিও সতৰ্ক কৰে সাধাৰণ লোকক ।

এলাৰ্জি থকা লোকে ক’ভেক্সিনৰ প্ৰতিষেধক গ্ৰহণ কৰিলে শ্বাস লোৱাত সমস্যাৰ সৃষ্টি হ’ব পাৰে । তেওঁলোকে জনায় যে শ্বাসজনিত সমস্যাৰ লগতে ডিঙি আৰু মুখ ফুলি যাব পাৰে । শৰীৰত ফো‌ঁহা ওলাব পাৰে । শৰীৰ দুৰ্বল হৈ পৰিব । মুৰ ঘূৰণীত পৰিও যাব পাৰে তেওঁলোকে । প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছত শৰীৰত কি কি প্ৰতিক্ৰিয়াই দেখা দিয়ে, তেওঁলোকে কি ঔষধ খাইছে আৰু কেনেধৰণৰ এলাৰ্জি আছে সেইটো জনোৱাৰ বাবেও অনুৰোধ জনাইছে ভাৰত বায়’টেকে ।

লগতে শৰীৰত অসম্ভৱ যন্ত্ৰণা, অংগ-প্ৰতংগ ফুলি যোৱা, মূৰৰ বিষ, জ্বৰ, বমিৰ ভাৱ ক’ভিক্সিনৰ প্ৰতিষেধকৰ পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ মাজত পৰে বুলিও জনোৱা হৈছে । প্ৰতিষেধকৰ দ্বিতীয় ড’জ গ্ৰহণৰ পাছত ভাৰত বায়’টেকে তিনি মাহ টিকাপ্ৰাপকসকলৰ শৰীৰত কি পাৰ্শ্বপ্ৰতিক্ৰিয়াই দেখা দিছে সেয়া পৰ্যৱেক্ষণ কৰিব । প্ৰতিষেধক দিয়াৰ পাছত যদি কোনো লোক গুৰুত্বৰ অসুস্থ হৈ পৰে, তেন্তে চৰকাৰী চিকিৎসালয় আৰু চৰকাৰী অনুমোদিত চিকিৎসালয় অথবা চিকিৎসা কেন্দ্ৰত তেওঁৰ চিকিৎসাৰ দায়িত্ব ল’ব উক্ত সংস্থাই ।  প্ৰয়োজন হ’লে ক্ষতিপূৰণো দিব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bharat BiotechCovaxinCovid-19
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d