বেন ষ্টকছৰ ভাৰতীয় দলক হুংকাৰ

Esbn2SoXAAEKwHE

ছাৰ ডন ব্ৰেডমেনৰ অষ্ট্ৰেলিয়ান দলক পৰাস্ত কৰাৰ পাছত ভাৰতীয় দলৰ পৰৱৰ্তী লক্ষ্য ইংলেণ্ড । এই ছিৰিজৰ মহাৰণ আৰম্ভ হোৱাৰ পূৰ্বে বিৰাট ক’হলিৰ ভাৰতীয় দলক হুংকাৰ দিয়ে বেন ষ্টকছে । ভাৰতত ৰাওনা হোৱাৰ ছবি টুইটাৰত শ্বেয়াৰ কৰি ষ্টকছে লিখে, ‘শীঘ্ৰে লগ পাম !’

আগন্তুক পাঁচ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব টেষ্ট ছিৰিজ । লগতে পাঁচটা টি-২০ আৰু তিনিটা এদিনীয়া খেল অনুষ্ঠিত হ’ব ।

আইচিচি টেষ্ট চেম্পিয়নশ্বিপৰ দৰে আগন্তুক ছিৰিজটোও অত্যন্ত তাৎপৰ্যপূৰ্ণ । ৭১.৭ শতাংশ জয়ৰ অনুপাতেৰে ভাৰতে সম্প্ৰতি শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে । দ্বিতীয় স্থানত আছে নিউজিলেণ্ড ৭০ শতাংশ, তৃতীয় স্থানত অষ্ট্ৰেলিয়া ৬৯.২ শতাংশ, চতুৰ্থ স্থানত ইংলেণ্ড (৬৫.২ শতাংশ) ।

Exit mobile version