কৰিনাৰ ফটোশ্বতৰ দ্বাৰা প্ৰভাৱিত হৈ নেতাসকলে তেওঁক “কুল মা” বুলি অভিহিত কৰিছিল। কিন্তু এইবাৰ একাংশই কৰিনাৰ এই ফটোশ্বুট দেখি গৰিহণা কৰি কয়, কৰিনাই এই ফটো শ্বুটটোৰ জৰিয়তে বুজাব বুছাৰিছে যে সমগ্র ভাৰতত তেওঁৱেই কেৱল অন্তঃসত্বা ।
লগতে আন এজন নেতাই লিখে এইটো কৰিনা কাপোৰ খানৰ পাব্লিচিটি ষ্টান্ট। কোনোবাই লিখিছে, তেওঁ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এনেধৰণৰ কাম কৰিছে। এই সকলোবোৰ মন্তব্যৰ সাৰমৰ্ম এয়ে যে, ভাৰতৰ বহু মহিলাই অন্তঃসত্বা অৱস্থাত কঠোৰ পৰিশ্ৰম কৰে। কিন্তু তেওঁলোকে সেয়া সামাজিক মাধ্যমত প্ৰচাৰ নকৰে।
এগৰাকী নেতাই কৰিনাৰ ছবিৰ কাষত আন এগৰাকী গৰ্ভৱতী মহিলা শ্ৰমিকৰ ছবি দি তুলনা কৰি লিখে “আপুনি সিদ্ধান্ত লওক যে কাক সন্মান কৰিব। কিয়নো সন্মান সস্তীয়া নহয় ইয়াক অর্জন কৰিব লাগে।”
#KareenaKapoorKhan and other celebs posting pics of doing yoga with baby bump which might seem cute to everyone..😑😑
But the pics of these mothers are the cutest for me because they are pure..💖😏😌😌 pic.twitter.com/tvWxsK1OHk
— 👑 Prince👑 (@TheLolnayak) January 25, 2021