Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

    Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

    Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

    পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

    Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

    Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

টিকাকৰণৰ ক্ষেত্ৰত ব্রিটেইন-আমেৰিকাকো পিছ পেলালে ভাৰতে

publisher by publisher
February 8, 2021
in COVID-19, India, News
Reading Time: 1 min read
0
টিকাকৰণৰ ক্ষেত্ৰত ব্রিটেইন-আমেৰিকাকো পিছ পেলালে ভাৰতে
4
SHARES
38
VIEWS
ShareShareShareShare

ভাৰতত ইতিমধ্যে ৪৫ শতাংশ অধিক স্বাস্থ্যকর্মীয়ে গ্রহণ কৰিছে ক’ভিড-১৯ৰ প্রতিষেধক। টিকাকৰণ আৰম্ভ হােৱাৰ মাত্র ২১ দিনৰ ভিতৰতে দেশৰ ৫৭ লক্ষাধিক স্বাস্থ্যকর্মীক দিয়া হ’ল কৰনাৰ প্ৰতিষেধক। অন্যান্য দে তুলনাত অতি দ্রুতগতিৰে টিকাকৰণ সম্পন্ন হৈছে। ব্রিটেইন, আমেৰিকা, ইজৰাইলৰ দৰে দেশতকৈও কম সময়ৰ ভিতৰতে ৪০ লক্ষাধিকক প্রতিষেধক দি দৃষ্টান্ত স্থাপন কৰিলে ভাৰতে।

ADVERTISEMENT

যােৱা ১৬ জানুৱাৰীত দেশজুৰি টিকাকৰণ কাৰ্যসূচীৰ সূচনা কৰিছিল প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে। ইয়াৰ পাছত দুই ফেব্ৰুৱাৰী পর্যন্ত প্রতিষেধক লাভ কৰা স্বাস্থ্যকর্মীৰ সংখ্যাই ৪০ লাখ অতিক্রম কৰে। কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ তৰফৰ পৰা প্ৰদান কৰা তথ্য অনুসৰি, বুধবাৰে তিনি লাখ ১০ হেজাৰ ৬৩৪জনক প্রতিষেধক দিয়া হয়। সকলাে মিলাই দেশত এই পর্যন্ত ৪৪ লাখ ৪৯ হেজাৰ ৫৫২জন স্বাস্থ্যকর্মীয়ে কৰনাৰ টিকা লাভ কৰিছে।

RelatedPosts

কিউবাৰ জলসীমাত অনধিকৃত স্পিডব’ট সংঘাত: চাৰি নিহত, ছজন আহত

পঢ়া কোঠাতে পৰমাণু চিমনী তৈয়াৰ কৰিলে ১২ বছৰীয়া বালকে

ফ্ৰান্স–ভাৰত সাংস্কৃতিক বন্ধনত নতুন মাইলষ্টন

চৰকাৰী তথ্য অনুসৰি, তালিকাভুক্ত স্বাস্থ্যকর্মীসকলৰ ভিতৰত বুধবাৰ পর্যন্ত ৪৭ শতাংশই প্রতিষেধক লাভ কৰিছে। সমগ্র দেশত প্রতিষেধক প্রদানৰ বাবে চৰকাৰী আৰু বেচৰকাৰী মিলাই মুঠ ৯২ লাখ ৬১ হেজাৰ ২২৭জন চিকিৎসক-নাছ বা অন্যান্য স্বাস্থ্যকর্মীক নির্বাচন কৰা হৈছিল। উল্লেখ্য যে দৈনিক ভিত্তিত প্রতিষেধক প্রদানৰ দিশতাে বিশ্বৰ অনেক দেশৰ তুলনাত প্রথম পৰাই ভাৰত আগবাঢ়ি আছে।

প্রথম ছদিনতে ১০ লাখ স্বাস্থ্যকর্মীক দিয়া হৈছিল ক’ভিশ্বিল্ড বা ক’ভেক্সিনৰ ড’জ বা পালি। সেই অংকটোৱে ৪০ লাখ অতিক্রম কৰিবলৈ সময় ল’লে মাত্র ১৮ দিন। একেই পৰিমাণৰ টিকাকৰণৰ বাবে আমেৰিক প্রয়ােজন হয় ২০ দিন। ব্রিটেইন আৰু ইজৰাইলত লাগিছিল ৩৯ দিন। ৰাজ্যিক ভিত্তিত শতাংশৰ হিচাপত প্রতিষেধক প্রদানৰ ক্ষেত্ৰত আগবাঢ়ি আছে মধ্যপ্রদেশ।

ৰাজ্যখনৰ তালিকাভুক্ত স্বাস্থ্যকর্মীসকলৰ ৬৯.৪ শতাংশক ইতিমধ্যে প্রতিষেধক দিয়া হৈছে। তাৰ পাছতে ৬৪.৭ শতাংশৰে দ্বিতীয় স্থানত আছে ৰাজস্থান। অৱশ্যে মুঠ প্রতিষেধক প্রাপকৰ সংখ্যাত দেশৰ ভিতৰত শীর্ষত উত্তৰপ্ৰদেশ। যােগী আদিত্যনাথৰ ৰাজ্যৰ চাৰি লাখ ৬৩ হেজাৰৰ অধিক লােকে এই পর্যন্ত প্রতিষেধক লাভ কৰিছে। যি সংখ্যা উত্তৰপ্ৰদেশৰ মুঠ তালিকাভুক্তৰ ৫১ শতাংশ।

প্রতিষেধক প্ৰদানৰ বাবে সবাতােকৈ অধিক স্বাস্থ্যকর্মী তালিকাভুক্ত হােৱা ৰাজ্যখন হৈছে মহাৰাষ্ট্র। ৰাজ্যখনৰ ন লাখ ৩৬ হেজাৰ ৮৫৭ জন স্বাস্থ্যকর্মীক প্রতিষেধক প্রদানৰ বাবে তালিকাভুক্ত কৰা হৈছে। অৱশ্যে মহাৰাষ্ট্ৰত এই পর্যন্ত মাত্র ৩৪ শতাংশ লােকেহে প্রতিষেধক লাভ কৰিছে। প্রতিষেধক প্রদানৰ ক্ষেত্ৰত পাছ পৰি আছে দিল্লী (২৬.৬শতাংশ), তামিলনাড়ু (২২.৬ শতাংশ), চত্তিশগড় (২৯ শতাংশ) আৰু গােৱা (২৮.৩ শতাংশ)।উল্লেখ্য যে মার্চ-এপ্রিলৰ ভিতৰতে কেন্দ্রই স্বাস্থ্যকর্মী আৰু প্ৰথম শাৰীৰ কৰ’না যােদ্ধাসহ প্রায় তিনি কোটি লােকক প্রতিষেধক প্রদানৰ লক্ষ্য বান্ধি লৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AmericaBritainCovid Vaccineindia
publisher

publisher

Related Posts

All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই
News

March 11, 2026
Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
News

Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

March 11, 2026
Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক
Crime

Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

March 11, 2026
পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ
India

পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

March 11, 2026
Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ
News

Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

March 11, 2026
Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !
News

Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d