Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

যুদ্ধৰ মাজতে নাটকীয় পৰিৱর্তনঃ দুসপ্তাহৰ যুদ্ধবিৰতি ঘোষণা ড’নাল্ড ট্ৰাম্পৰ

১০ দফা চর্তেৰে ইৰাণৰ কঠোৰ স্থিতি

publisher by publisher
April 8, 2026
in News, International
Reading Time: 1 min read
0
যুদ্ধৰ মাজতে নাটকীয় পৰিৱর্তনঃ দুসপ্তাহৰ যুদ্ধবিৰতি ঘোষণা ড’নাল্ড ট্ৰাম্পৰ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

হৰমুজ প্ৰণালীত অবৰোধ আঁতৰাবলৈ বিশেষ চুক্তিত সন্মত ইৰান-আমেৰিকা!

সংঘর্ষবিৰতি লঙ্ঘন: লেবাননত পুনৰ ইজৰাইলী আক্ৰমণ, বহু নিহত

তীব্ৰ সামৰিক সংঘাতৰ মাজতে হঠাৎ যুদ্ধবিৰতি ঘোষণা কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। প্ৰায় ৪০ দিন ধৰি চলি থকা যুদ্ধৰ অন্তত দুয়ো দেশে বৰ্তমান দুসপ্তাহৰ বাবে যুদ্ধবিৰতিৰ পথত আগবাঢ়িছে।

ADVERTISEMENT

ইৰাণে দাবী কৰিছে যে, এই যুদ্ধত জয় শেষত তেওঁলোকৰেই হৈছে। অৱশ্যে যুদ্ধবিৰতিৰ ক্ষেত্ৰত আমেৰিকাৰ আগত ১০ দফা চর্ত আগবঢ়াইছে ইৰাণে। ড’নাল্ড ট্ৰাম্পে জনাইছে যে, এই চর্তসমূহ লৈ আলোচনা চলি আছে আৰু এই আলোচনা ফলপ্ৰসূ হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে, ইৰাণক আগতে দিয়া সময়সীমা শেষ হোৱাৰ আগতেই ড’নাল্ড ট্ৰাম্পে(Donald Trump) ঘোষণা কৰে যে, দুয়ো দেশেই যুদ্ধবিৰতিত সন্মত হৈছে। নিজৰ সামাজিক মাধ্যমত তেওঁ কয় যে, ইৰাণে হৰমুজ প্ৰণালী মুকলি কৰিবলৈ সাজু হৈছে আৰু আমেৰিকাও দুসপ্তাহৰ বাবে আক্ৰমণ বন্ধ ৰাখিব। তেওঁ এই সিদ্ধান্তক “দুয়োপক্ষীয় যুদ্ধবিৰতি” বুলি উল্লেখ কৰে।

এই সিদ্ধান্তৰ পাছত তেওঁ ব্যাখ্যা দিয়ে যে, ইৰাণৰ ফালৰ পৰা ১০ দফা প্ৰস্তাৱ আহিছে আৰু আলোচনাৰ জৰিয়তে সেইবোৰ আগবঢ়োৱা হ’ব। তেওঁ এইটোও দাবী কৰে যে, সেই চর্তসমূহৰ অধিকাংশতেই দুয়ো পক্ষ সন্মত হোৱাৰ দিশে আগবাঢ়িছে।

বিভিন্ন সংবাদমাধ্যমৰ তথ্য অনুসৰি, পাকিস্তানৰ জৰিয়তে এই ১০ দফা প্ৰস্তাৱ আমেৰিকাৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰ ভিতৰত গুৰুত্বপূৰ্ণ কিছুমান চর্ত হ’ল—হৰমুজ প্ৰণালী মুকলি কৰা হ’ব যদিও ইয়াৰ নিয়ন্ত্ৰণ ইৰাণৰ হাততেই থাকিব; ইৰাণ আৰু তাৰ মিত্ৰ গোটসমূহৰ বিৰুদ্ধে আক্ৰমণ সম্পূৰ্ণ বন্ধ কৰিব লাগিব; উপসাগৰীয় অঞ্চলত থকা আমেৰিকাৰ সামৰিক ঘাঁটিসমূহ খালী কৰিব লাগিব।

ইয়াৰ উপৰি, যুদ্ধৰ ফলত হোৱা ক্ষতিৰ ক্ষতিপূৰণ দিয়াৰ দাবীও জনাইছে ইৰাণে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ইৰাণৰ বিৰুদ্ধে গ্ৰহণ কৰা প্ৰস্তাৱসমূহ বাতিল কৰাৰ লগতে ভৱিষ্যতে আক্ৰমণ নকৰাৰ নিশ্চয়তা বিচাৰিছে। লগতে তেওঁলোকৰ সমৃদ্ধ ইউৰেনিয়াম কাৰ্যসূচীত হস্তক্ষেপ নকৰিবলৈ স্পষ্টকৈ কৈছে।

ইৰাণে আৰু দাবী কৰিছে যে, আন্তঃৰাষ্ট্ৰীয় পৰমাণু শক্তি সংস্থাৰ (IAEA) সিদ্ধান্তসমূহ বাতিল কৰাৰ লগতে ইৰাণৰ ওপৰত থকা নিষেধাজ্ঞাসমূহ ক্ৰমাৎ উঠাই ল’ব লাগিব।

উল্লেখযোগ্য যে, ২৮ ফেব্ৰুৱাৰীত ইজৰাইল Israel-এ হঠাৎ ইৰাণত আক্ৰমণ চলায়, পাছত এই সংঘাতত যোগ দিয়ে আমেৰিকাও। তাৰ প্ৰতিক্ৰিয়াত ইৰাণে প্ৰতিআক্রমণ আৰম্ভ কৰে আৰু তাৰ পাছৰ পৰাই ধাৰাবাহিক যুদ্ধ চলি আহিছে।

যুদ্ধ আৰম্ভ হোৱাৰ পাছতেই Strait of Hormuz বন্ধ কৰাৰ ঘোষণা কৰিছিল তেহৰানে, যাৰ ফলত বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা সৃষ্টি হৈছিল। অৱশ্যে আলোচনাৰ পাছত ভাৰতসহ কেবাখনো দেশৰ পণ্যবাহী জাহাজক পাৰ হ’বলৈ অনুমতি দিয়া হৈছিল, যদিও আমেৰিকা আৰু তাৰ মিত্ৰ দেশসমূহৰ বাবে এই পথ বন্ধেই থাকিব বুলি ইৰাণে স্পষ্ট কৰিছিল।

ইয়াৰ মাজতে ড’নাল্ড ট্ৰাম্পে (Donald Trump) ৪৮ ঘণ্টাৰ সময়সীমা নিৰ্ধাৰণ কৰি আগজাননী দিছিল যে, ইৰাণে যদি হৰমুজ মুকলি নকৰে তেন্তে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কিন্তু সেই সময়সীমা শেষ হোৱাৰ আগতেই তেওঁ যুদ্ধবিৰতি ঘোষণা কৰে।

বৰ্তমান দুসপ্তাহৰ বাবে এই যুদ্ধবিৰতি কাৰ্যকৰী কৰা হৈছে আৰু এই সময়ছোৱাত আলোচনাৰ জৰিয়তে স্থায়ী সমাধান বিচাৰাৰ প্ৰচেষ্টা চলিব বুলি আশা কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AmericaDONALD TRUMPIranIsrael
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d