★জিৰায়ে শৰীৰৰ কলেষ্টৰেল লেভেল কমাই হাৰ্ট প্ৰব্লেমৰ পৰা বচায়।
ADVERTISEMENT
★যাৰ ডাইবেটিজ হোৱাৰ সম্ভাৱনা আছে, ই বডিত গ্লুকোজ লেভেল সীমিত ৰাখি ডাইবেটিজ হোৱাৰ পৰা ৰক্ষা কৰে।
★ ইয়াৰ দ্বাৰা শৰীৰৰ টক্সিন বা দূষিত পদাৰ্থ বাহিৰ হৈ শালমইনা আদিৰ পৰা আৰোগ্য কৰে।
★ ইয়াত থকা ফাইবাৰে ডাইজেচনত সহায় কৰে আৰু এচিডিটিৰ সমস্যাৰ পৰা মুক্তি দিয়ে।
★ইয়াৰ দ্বাৰা শৰীৰৰ মেটাবলিজ্ম বাঢ়ে আৰু শৰীৰৰ ওজন কমে।
★জিৰা থকা আইৰণে এনিমিয়াৰ পৰা ৰক্ষা কৰে।
★ ই ৰক্তসঞ্চালন নিয়মীয়া কৰি ৰক্তচাপৰ (উচ্চ/নিম্ন) পৰা ৰক্ষা কৰে।
★ই টোপনি অহাত সহায় কৰে।
★জিৰাই শৰীৰক শীতলতা প্ৰদান কৰি জ্বৰৰ তীব্ৰতা কম কৰে।