Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৰুগ্ৰামত ৰহস্যময় ঘটনা: চমকৰ পৰিকল্পনাই পৰিণত হ’ল মৃত্যুত

    বিশ্বত সলনি হ’বলৈ ধৰিছে খৰাঙৰ প্ৰকৃতি: ১৯৫০ৰ ভিতৰত সর্বাধিক: বিগত বৰ্ষত বিশ্বৰ ৩০ শতাংশ অঞ্চলেই পৰিল খৰাঙৰ কৱলত

    Guwahati:মহানগৰীৰ পৰা সন্ধানহীন যোৱা ভাবনা শর্মাৰ সন্ধান ওলাল শ্বিলঙত

    উচ্চতৰ মাধ্যমিক শ্রেণীত প্রতি মাহে জুবিন গাৰ্গৰ জীৱন-সৃষ্টিক লৈ চর্চা

    Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

    প্রসিদ্ধ বৈষ্ণো দেৱী মন্দিৰলৈ ভক্তই দান দিয়া ৰূপৰ ৯৫ শতাংশই নকল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ইণ্টাৰনেট পৰিসেৱা বন্ধ, প্ৰতিবাদ তীব্ৰতৰ ম্যানমাৰত

publisher by publisher
February 16, 2021
in News, Politics
Reading Time: 1 min read
0
ইণ্টাৰনেট পৰিসেৱা বন্ধ, প্ৰতিবাদ তীব্ৰতৰ ম্যানমাৰত
4
SHARES
36
VIEWS
ShareShareShareShare

পুনৰ দেশজুৰি ইণ্টাৰনেট পৰিসেৱা বন্ধ কৰিলে সেনাই । কিন্তু ম্যানমাৰৰ গণতন্ত্ৰকামীসকলৰ আন্দোলন ইয়াতে স্তব্ধ নহয় । বৰঞ্চ প্ৰতিবাদ অধিক তীব্ৰতৰ হয় ।

ADVERTISEMENT

চলিত মাহৰ আৰম্ভণিতে গণতান্ত্ৰিক পদ্ধতিত নিৰ্বাচিত চৰকাৰক আঁতৰাই দেশ শাসনৰ ভাৰ নিজৰ হাতত তুলি লয় সেনাই । আৰম্ভণিতে মূলতঃ সমাজমাধ্যমত গণবিক্ষোভ ৰোধ কৰিবৰ বাবে ইণ্টাৰনেট পৰিসেৱা বন্ধ কৰি দিছিল সেনাই । প্ৰবল সমালোচনাৰ সন্মুখীন হোৱাৰ পাছত পুনৰ আৰম্ভ কৰিবলগীয়া হয় । পুৱাৰ পৰাই বিভিন্ন চহৰত ইণ্টাৰনেট পৰিসেৱা বন্ধ কৰি দিয়া হয় ।

RelatedPosts

Aung San Suu Kyi : তিনি বছৰলৈ কাৰাদণ্ডৰ ম্যাদ বৃদ্ধি আং ছান ছু কি-ৰ

ছ্যু কীৰ বিৰুদ্ধে নিৰ্বাচনত জালিয়াতিৰ অভিযোগ সেনাৰ

দুবছৰ পাছত সাধাৰণ নির্বাচন : প্রধানমন্ত্রী পদত বহি ঘােষণা ম্যানমাৰৰ সেনাপ্রধানৰ

আজি সেনাৰ প্ৰতি জনসাধাৰণৰ ক্ষোভ আৰু বৃদ্ধি পাইছে । বিগত কিছুদিন ধৰি বিক্ষোভৰ মূল কেন্দ্ৰবিন্দু আছিল ইয়াংগান আৰু ইয়াৰ নিকটবৰ্তী অঞ্চলসমূহ । নেট পৰিসেৱা বন্ধ কৰাৰ প্ৰাক মুহূৰ্তলৈকে সমাজ মাধ্যমৰ লাইভ ষ্ট্ৰিঙত দেখা গৈছিল এই অঞ্চলসমূহত বিশাল বাহিনী মোতায়েন কৰা । পথত চলিছে সেনাৰ যুঁজাৰু বাহন ।

সংবাদ মাধ্যমে জনায় যে, বিগত সময়চোৱাত ইয়াংগণৰ উত্তৰত মেকিনা চহৰত বিক্ষোভকাৰীসকলক আঁতৰাবলৈ আৰক্ষীয়ে প্ৰথমে ক্ৰন্দন গেছ নিক্ষেপ কৰে আৰু পাছত গুলী চালনা কৰে । সেনা অভ্যুত্থানৰ বিৰুদ্ধে পথত নমাৰ বাবে চাৰিশ জনক আটক কৰে আৰক্ষীয়ে । সেনাৰ নিৰ্দেশ উপেক্ষা কৰি আজি ইয়াংগণৰ উত্তৰত হেজাৰ হেজাৰ অভিযান্ত্ৰিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিছে ।

ম্যানমাৰৰ নাগৰিকসকলৰ শান্তিপূৰ্ণ প্ৰতিবাদৰ অধিকাৰ যাতে খৰ্ব নকৰে, তাৰ বাবে সেনাক পুনৰ হুংকাৰ দিছে ৰাষ্ট্ৰসংঘৰ সচিব এণ্ট’নিয়া গুটৰেছে । সেনাই তাতে কোনো কাৰণতে হিংসাৰ পথ বাচি নল‌য়, এই আৰ্জি জনায় ইউৰোপীয় ইউনিয়ন, ব্ৰিটেইন, আমেৰিকাৰ দৰে দেশৰ প্ৰতিনিধিবোৰে । ম্যানমাৰৰ নাগৰিকক কাৰ্ফিউ উপেক্ষা কৰি পথত ওলাই নাহিবলৈ আহ্বান জনায় আমেৰিকাৰ চৰকাৰে ।

ম্যানমাৰৰ ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি টম এনড্ৰুজে সেনাক হুংকাৰ দি টুইট কৰে, ‘এনএলডি নেত্ৰী অঙ্গ ছান ছ্যু কীৰ গৃহবন্দীৰ ম্যাদ আজি সমাপ্ত হৈছে । তেওঁক আজি মুক্তি দিয়া হ’ব নে নাই তাৰ কোনো নিশ্চয়তা নাই ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Aung San Suu Kyimyanmar protestNLD
publisher

publisher

Related Posts

গুৰুগ্ৰামত ৰহস্যময় ঘটনা: চমকৰ পৰিকল্পনাই পৰিণত হ’ল মৃত্যুত
News

April 25, 2026
বিশ্বত সলনি হ’বলৈ ধৰিছে খৰাঙৰ প্ৰকৃতি: ১৯৫০ৰ ভিতৰত সর্বাধিক: বিগত বৰ্ষত বিশ্বৰ ৩০ শতাংশ অঞ্চলেই পৰিল খৰাঙৰ কৱলত
News

বিশ্বত সলনি হ’বলৈ ধৰিছে খৰাঙৰ প্ৰকৃতি: ১৯৫০ৰ ভিতৰত সর্বাধিক: বিগত বৰ্ষত বিশ্বৰ ৩০ শতাংশ অঞ্চলেই পৰিল খৰাঙৰ কৱলত

April 25, 2026
Guwahati:মহানগৰীৰ পৰা সন্ধানহীন যোৱা ভাবনা শর্মাৰ সন্ধান ওলাল শ্বিলঙত
News

Guwahati:মহানগৰীৰ পৰা সন্ধানহীন যোৱা ভাবনা শর্মাৰ সন্ধান ওলাল শ্বিলঙত

April 25, 2026
উচ্চতৰ মাধ্যমিক শ্রেণীত প্রতি মাহে জুবিন গাৰ্গৰ জীৱন-সৃষ্টিক লৈ চর্চা
News

উচ্চতৰ মাধ্যমিক শ্রেণীত প্রতি মাহে জুবিন গাৰ্গৰ জীৱন-সৃষ্টিক লৈ চর্চা

April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
News

Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

April 25, 2026
প্রসিদ্ধ বৈষ্ণো দেৱী মন্দিৰলৈ ভক্তই দান দিয়া ৰূপৰ ৯৫ শতাংশই নকল
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d