Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

    ‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

    ‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

নিতৌ এইকেইটা কাম কৰক আৰু গেষ্ট্ৰাইটিছৰ পৰা দূৰত থাকক

publisher by publisher
February 18, 2021
in Lifestyle
Reading Time: 1 min read
0
নিতৌ এইকেইটা কাম কৰক আৰু গেষ্ট্ৰাইটিছৰ পৰা দূৰত থাকক
21
SHARES
210
VIEWS
ShareShareShareShare

★সদায় ৰাতিপুৱা উঠি ভালদৰে হাত-মুখ ধুই এক লিটাৰ কুহুমীয়া গৰম পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। কুহুমীয়া গৰম পানী খোৱাৰ ফলত পাকস্থলী আৰু অন্ত্ৰ পৰিষ্কাৰ হয় বাবে গেষ্ট্ৰাইটিছ হোৱাৰ সম্ভাৱনা নাথাকে। কেৱল কুহুমীয়া গৰম পানী খাই অম্লপিত্ত সম্পূৰ্ণ নিৰাময় কৰিব পাৰে। তদুপৰি কুহুমীয়া গৰম পানী খাই অম্লপিত্ত সম্পূৰ্ণ নিৰাময় কৰিব পাৰে। তদুপৰি কুহুমীয়া গৰম পানী খালে যকৃত, কিডনী, অম্লাশয় , থাইৰয়ড আদি গ্ৰন্থি অধিক সক্ৰিয় হয়। হজম শক্তি বৃদ্ধি পায় আৰু বিপাক ভালদৰে হয়। শৌচ- পেচাব নিয়মীয়া হোৱাৰ উপৰি শৰীৰ শোধন হয়। সেয়েহে নিৰোগী আৰু সুস্বাস্থ্যৰ অধিকাৰী হৈ দীৰ্ঘায়ু প্ৰাপ্তিৰ বাবে সদায় ৰাতিপুৱা কুহুমীয়া গৰম পানী কমেও এক লিটাৰ খাওক।

ADVERTISEMENT

FB 01 hotwater Surprising Benefits of Drinking Hot Water 10126957 Baevskiy Dmitry★ আহাৰ খোৱাৰ আধা ঘণ্টাৰ আগতে আৰু এঘণ্টাৰ পাছত পানী খালে আহাৰ ভালদৰে হজম হয় বাবে গেষ্ট্ৰাইটিছ ৰোগ হোৱাৰ সম্ভাৱনা নাথাকে। কোনোবা ব্যক্তি ৰোগাক্ৰান্ত হৈ থাকিলেও সোনকালে আৰোগ্য হয়। আহাৰ খোৱাৰ পাছত পিত্তৰস আহাৰৰ স’তে ভালদৰে মিহলি হ’লেহে সহজেই হজম হয়। কিন্তু আহাৰ খাই লগে লগেই পানী খালে পিত্তৰসৰ গাঢ়তা কমি যায় বাবে সঠিকভাৱে আহাৰ পৰিপাক হ’ব নোৱাৰে। ইয়াৰ ফলত বদহজম হৈ এচিডিটি হয়।

RelatedPosts

ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

নতুন গৱেষণাত ওলাল বিশেষ তথ্য

খোজ কাঢ়িলে ভৰিত বিষ অনুভৱ হয়?

gettyimages 1125232120★আহাৰ খোৱাৰ পাছত কমেও এঘণ্টা বাওঁ কাতি হৈ শুব লাগে। বাওঁ কাতি হৈ শুলে পাকস্থলীত থকা খাদ্যৰ লগত অম্লৰস (হাইড্ৰ’ক্লৰিক এচিড আৰু পেপচিন) ভালকৈ মিহলি হয়। তদুপৰি পাকস্থলীৰ পৰা নি:সৰণ হোৱা অম্লৰস খাদ্যনলীত প্ৰৱেশ কৰিব নোৱাৰে। গতিকে আমি খোৱা খাদ্য সহজেই হজম হয় বাবে বদহজম, টেঙাপানী, বুকু জ্বলা-পোৰা হ’ব নোৱাৰে। গেষ্ট্ৰাইটিছ থকা ব্যক্তিয়ে সদায় বাওঁ কাতিকৈ শুব লাগে।

the clock drives 24 hour cycles in many processes such as sleeping hormone secretion and metabolism 1★অম্লপিত্তত আক্ৰান্ত ব্যক্তিয়ে সপ্তাহত এদিন উপবাস কৰিব। উপবাস কৰিলে পাচন প্ৰক্ৰিয়াকে আদি কৰি শৰীৰ শোধন হয় বাবে সকলো অংগ-প্ৰত্যংগ অধিক সক্ৰিয় হৈ উঠে। উপবাস কৰিলে যিকোনো ৰোগ সহজে হ’ব নোৱাৰে।

★অম্লপিত্তৰ কাৰণে পদিনা বৰ উপকাৰী। পদিনা খালে বদহজম, বুকু জ্বলা-পোৰা কৰা, পেট ফুলা আৰু টেঙাপানী অহা নিমিষতে নাইকিয়া হয়। পদিনা পাতৰ ৰস এচামুচকৈ দিনে তিনিবাৰ খাব পাৰি। তাৰোপৰি পদিনাৰ পাত আঠ-১০টা মান এগিলাচ পানীত সিজাই চেকি লৈ দিলে তিনিবাৰ খালে অম্লপিত্ত ভাল হয়। এল’পেথিক গেষ্ট্ৰিকৰ PPI ঔষধ পেণ্ট’প্ৰাজল , ৰবিপ্ৰাজল আদি খালে কিডনি ফেইলাৰ আৰু পাকস্থলীৰ কেনছাৰ হয়। কিন্তু পদিনা অম্লপিত্ত আৰু কেনছাৰ নাশক। উল্লেখযোগ্য যে PPI গেষ্ট্ৰিকৰ ঔষধ পেণ্ট’প্ৰাজল , ৰবিপ্ৰাজল জধে-মধে খোৱাৰ ফলত সমগ্ৰ অসমত কিডনি ফেইলাৰ ৰোগীৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাইছে।

lime water recipe with mint 001★ দিনটোত আহাৰ পাছ-ছবাৰ খালে গেষ্ট্ৰাইটিছ ৰোগৰ উপৰি উচ্চ ৰক্তচাপ, হৃদৰোগ আৰু তেজত কলেষ্টেৰল বঢ়াৰ সম্ভাৱনা নাথাকে। দুপৰীয়া ১২ বজাৰ ভিতৰত আৰু ৰাতি ন বজাৰ ভিতৰত ভাত খাব লাগে। পুৱা ছয় আৰু ন বজাত নামমাত্ৰ লঘু আহাৰ খাব। সেইদৰে আবেলি আৰু সন্ধিয়া নামমাত্ৰ লঘু আহাৰ খাব। এই নিয়ম পালন কৰিলে সহজে গেষ্ট্ৰাইটিছ ৰোগ হ’বই নোৱাৰে। সকলোতকৈ ডাঙৰ কথা, আমি লোভ নিয়ন্ত্ৰণ কৰিব লাগিব।

blog chandigarh 1030x538 1★অম্লপিত্তৰ বাবে মানিমুনি বৰ উপকাৰী। ৰাতিপুৱা সদায় মানিমুনি পাত ৮-১০ টা মান চোবাই খালে অম্লপিত্ত ভাল হয়। তাৰোপৰি মানিমুনি খালে স্মৃতিশক্তি বৃদ্ধি হোৱাৰ উপৰি ভাল টোপনি হয় বাবে উচ্চ ৰক্তচাপ আৰু হৃদৰোগ নিয়ন্ত্ৰণ হয়।

CentellaAsiatica hero 1024x575 1★ ভাত খোৱাৰ আগমুহহুৰ্তত এটুকুৰা আদা ক’লা নিমখৰ সৈতে খালে হজম শক্তি বৃদ্ধি হয় বাবে অম্লপিত্ত হোৱাৰ সম্ভাৱনা নাথাকে। আয়ুৰ্বেদিক সংহিতাত উল্লেখ আছে যে ‘ভোজনাগ্ৰে লৱণাদ্ৰক’, অৰ্থাৎ আহাৰ আগতে আদা আৰু ক’লা নিমখ খাব লাগে।

root or powdered ginger adds flavor to many dishes and it can benefit health too★অম্লপিত্ত ৰোগীয়ে টোপনি খতি নকৰিব। খং, ৰাগ, মানসিক চিন্তা আদিৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব।

★অম্লপিত্ত ৰোগীয়ে কল খোৱাটো অতি প্ৰয়োজনীয়। কলত ভিটামিন –বি কমপ্লেক্স থকা বাবে পাকস্থলীৰ শ্লেষ্মিক কলা শক্তিশালী হোৱাৰ পৰিপ্ৰেক্ষিতত গেষ্ট্ৰিক আলচাৰ হোৱাৰ সম্ভাৱনা কমি যায়।

★ অসমীয়া মানুহৰ খাৰখোৱা বুলি এক পৰিচয় আছে। মাজে-সময়ে কলাখাৰ খালে অম্লপিত্ত সহজে নহয়।

★কেতিয়াও সম্পূৰ্ণ পেট ভৰাই আহাৰ নাখাব। এইদৰে আহাৰ খালে হজম ভালদৰে নহয় আৰু অম্লপিত্ৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।

★বেছি ভজা-পোৰা, মছলা, জলা, টেঙা, চাহ আৰু কফি নাখাব বা কমকৈ খাব।

★গাখীৰ, মাখন, গৰুৰ ঘিউ, সিজোৱা তৰকাৰী, মগুদাইল খাব।

★শুকন বা কেঁচা আমলখি তিনি চাৰিটা সদায় খালে অম্লপিত্ত ভাল হয়।

★ৰোগ হৈ থকা সময়ত আটা আৰু ময়দাৰ পৰা বনোৱা খাদ্য খাব নালাগে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: gastritisHealthSymptoms
publisher

publisher

Related Posts

ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?
Lifestyle

May 11, 2025
দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য
Lifestyle

দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

May 9, 2025
ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ
Lifestyle

ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

May 8, 2025
শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব
Lifestyle

শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

May 6, 2025
নতুন গৱেষণাত ওলাল বিশেষ তথ্য
Lifestyle

নতুন গৱেষণাত ওলাল বিশেষ তথ্য

May 5, 2025
প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?
Lifestyle

প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

May 5, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d