Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

নিতৌ এইকেইটা কাম কৰক আৰু গেষ্ট্ৰাইটিছৰ পৰা দূৰত থাকক

publisher by publisher
February 18, 2021
in Lifestyle
Reading Time: 1 min read
0
নিতৌ এইকেইটা কাম কৰক আৰু গেষ্ট্ৰাইটিছৰ পৰা দূৰত থাকক
21
SHARES
210
VIEWS
ShareShareShareShare

★সদায় ৰাতিপুৱা উঠি ভালদৰে হাত-মুখ ধুই এক লিটাৰ কুহুমীয়া গৰম পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। কুহুমীয়া গৰম পানী খোৱাৰ ফলত পাকস্থলী আৰু অন্ত্ৰ পৰিষ্কাৰ হয় বাবে গেষ্ট্ৰাইটিছ হোৱাৰ সম্ভাৱনা নাথাকে। কেৱল কুহুমীয়া গৰম পানী খাই অম্লপিত্ত সম্পূৰ্ণ নিৰাময় কৰিব পাৰে। তদুপৰি কুহুমীয়া গৰম পানী খাই অম্লপিত্ত সম্পূৰ্ণ নিৰাময় কৰিব পাৰে। তদুপৰি কুহুমীয়া গৰম পানী খালে যকৃত, কিডনী, অম্লাশয় , থাইৰয়ড আদি গ্ৰন্থি অধিক সক্ৰিয় হয়। হজম শক্তি বৃদ্ধি পায় আৰু বিপাক ভালদৰে হয়। শৌচ- পেচাব নিয়মীয়া হোৱাৰ উপৰি শৰীৰ শোধন হয়। সেয়েহে নিৰোগী আৰু সুস্বাস্থ্যৰ অধিকাৰী হৈ দীৰ্ঘায়ু প্ৰাপ্তিৰ বাবে সদায় ৰাতিপুৱা কুহুমীয়া গৰম পানী কমেও এক লিটাৰ খাওক।

ADVERTISEMENT

FB 01 hotwater Surprising Benefits of Drinking Hot Water 10126957 Baevskiy Dmitry★ আহাৰ খোৱাৰ আধা ঘণ্টাৰ আগতে আৰু এঘণ্টাৰ পাছত পানী খালে আহাৰ ভালদৰে হজম হয় বাবে গেষ্ট্ৰাইটিছ ৰোগ হোৱাৰ সম্ভাৱনা নাথাকে। কোনোবা ব্যক্তি ৰোগাক্ৰান্ত হৈ থাকিলেও সোনকালে আৰোগ্য হয়। আহাৰ খোৱাৰ পাছত পিত্তৰস আহাৰৰ স’তে ভালদৰে মিহলি হ’লেহে সহজেই হজম হয়। কিন্তু আহাৰ খাই লগে লগেই পানী খালে পিত্তৰসৰ গাঢ়তা কমি যায় বাবে সঠিকভাৱে আহাৰ পৰিপাক হ’ব নোৱাৰে। ইয়াৰ ফলত বদহজম হৈ এচিডিটি হয়।

RelatedPosts

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

ফেটি লিভাৰৰ ঘৰুৱা প্ৰতিকাৰ

gettyimages 1125232120★আহাৰ খোৱাৰ পাছত কমেও এঘণ্টা বাওঁ কাতি হৈ শুব লাগে। বাওঁ কাতি হৈ শুলে পাকস্থলীত থকা খাদ্যৰ লগত অম্লৰস (হাইড্ৰ’ক্লৰিক এচিড আৰু পেপচিন) ভালকৈ মিহলি হয়। তদুপৰি পাকস্থলীৰ পৰা নি:সৰণ হোৱা অম্লৰস খাদ্যনলীত প্ৰৱেশ কৰিব নোৱাৰে। গতিকে আমি খোৱা খাদ্য সহজেই হজম হয় বাবে বদহজম, টেঙাপানী, বুকু জ্বলা-পোৰা হ’ব নোৱাৰে। গেষ্ট্ৰাইটিছ থকা ব্যক্তিয়ে সদায় বাওঁ কাতিকৈ শুব লাগে।

the clock drives 24 hour cycles in many processes such as sleeping hormone secretion and metabolism 1★অম্লপিত্তত আক্ৰান্ত ব্যক্তিয়ে সপ্তাহত এদিন উপবাস কৰিব। উপবাস কৰিলে পাচন প্ৰক্ৰিয়াকে আদি কৰি শৰীৰ শোধন হয় বাবে সকলো অংগ-প্ৰত্যংগ অধিক সক্ৰিয় হৈ উঠে। উপবাস কৰিলে যিকোনো ৰোগ সহজে হ’ব নোৱাৰে।

★অম্লপিত্তৰ কাৰণে পদিনা বৰ উপকাৰী। পদিনা খালে বদহজম, বুকু জ্বলা-পোৰা কৰা, পেট ফুলা আৰু টেঙাপানী অহা নিমিষতে নাইকিয়া হয়। পদিনা পাতৰ ৰস এচামুচকৈ দিনে তিনিবাৰ খাব পাৰি। তাৰোপৰি পদিনাৰ পাত আঠ-১০টা মান এগিলাচ পানীত সিজাই চেকি লৈ দিলে তিনিবাৰ খালে অম্লপিত্ত ভাল হয়। এল’পেথিক গেষ্ট্ৰিকৰ PPI ঔষধ পেণ্ট’প্ৰাজল , ৰবিপ্ৰাজল আদি খালে কিডনি ফেইলাৰ আৰু পাকস্থলীৰ কেনছাৰ হয়। কিন্তু পদিনা অম্লপিত্ত আৰু কেনছাৰ নাশক। উল্লেখযোগ্য যে PPI গেষ্ট্ৰিকৰ ঔষধ পেণ্ট’প্ৰাজল , ৰবিপ্ৰাজল জধে-মধে খোৱাৰ ফলত সমগ্ৰ অসমত কিডনি ফেইলাৰ ৰোগীৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাইছে।

lime water recipe with mint 001★ দিনটোত আহাৰ পাছ-ছবাৰ খালে গেষ্ট্ৰাইটিছ ৰোগৰ উপৰি উচ্চ ৰক্তচাপ, হৃদৰোগ আৰু তেজত কলেষ্টেৰল বঢ়াৰ সম্ভাৱনা নাথাকে। দুপৰীয়া ১২ বজাৰ ভিতৰত আৰু ৰাতি ন বজাৰ ভিতৰত ভাত খাব লাগে। পুৱা ছয় আৰু ন বজাত নামমাত্ৰ লঘু আহাৰ খাব। সেইদৰে আবেলি আৰু সন্ধিয়া নামমাত্ৰ লঘু আহাৰ খাব। এই নিয়ম পালন কৰিলে সহজে গেষ্ট্ৰাইটিছ ৰোগ হ’বই নোৱাৰে। সকলোতকৈ ডাঙৰ কথা, আমি লোভ নিয়ন্ত্ৰণ কৰিব লাগিব।

blog chandigarh 1030x538 1★অম্লপিত্তৰ বাবে মানিমুনি বৰ উপকাৰী। ৰাতিপুৱা সদায় মানিমুনি পাত ৮-১০ টা মান চোবাই খালে অম্লপিত্ত ভাল হয়। তাৰোপৰি মানিমুনি খালে স্মৃতিশক্তি বৃদ্ধি হোৱাৰ উপৰি ভাল টোপনি হয় বাবে উচ্চ ৰক্তচাপ আৰু হৃদৰোগ নিয়ন্ত্ৰণ হয়।

CentellaAsiatica hero 1024x575 1★ ভাত খোৱাৰ আগমুহহুৰ্তত এটুকুৰা আদা ক’লা নিমখৰ সৈতে খালে হজম শক্তি বৃদ্ধি হয় বাবে অম্লপিত্ত হোৱাৰ সম্ভাৱনা নাথাকে। আয়ুৰ্বেদিক সংহিতাত উল্লেখ আছে যে ‘ভোজনাগ্ৰে লৱণাদ্ৰক’, অৰ্থাৎ আহাৰ আগতে আদা আৰু ক’লা নিমখ খাব লাগে।

root or powdered ginger adds flavor to many dishes and it can benefit health too★অম্লপিত্ত ৰোগীয়ে টোপনি খতি নকৰিব। খং, ৰাগ, মানসিক চিন্তা আদিৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব।

★অম্লপিত্ত ৰোগীয়ে কল খোৱাটো অতি প্ৰয়োজনীয়। কলত ভিটামিন –বি কমপ্লেক্স থকা বাবে পাকস্থলীৰ শ্লেষ্মিক কলা শক্তিশালী হোৱাৰ পৰিপ্ৰেক্ষিতত গেষ্ট্ৰিক আলচাৰ হোৱাৰ সম্ভাৱনা কমি যায়।

★ অসমীয়া মানুহৰ খাৰখোৱা বুলি এক পৰিচয় আছে। মাজে-সময়ে কলাখাৰ খালে অম্লপিত্ত সহজে নহয়।

★কেতিয়াও সম্পূৰ্ণ পেট ভৰাই আহাৰ নাখাব। এইদৰে আহাৰ খালে হজম ভালদৰে নহয় আৰু অম্লপিত্ৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।

★বেছি ভজা-পোৰা, মছলা, জলা, টেঙা, চাহ আৰু কফি নাখাব বা কমকৈ খাব।

★গাখীৰ, মাখন, গৰুৰ ঘিউ, সিজোৱা তৰকাৰী, মগুদাইল খাব।

★শুকন বা কেঁচা আমলখি তিনি চাৰিটা সদায় খালে অম্লপিত্ত ভাল হয়।

★ৰোগ হৈ থকা সময়ত আটা আৰু ময়দাৰ পৰা বনোৱা খাদ্য খাব নালাগে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: gastritisHealthSymptoms
publisher

publisher

Related Posts

আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ
Lifestyle

March 9, 2026
এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ
Lifestyle

এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

March 9, 2026
সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে
Lifestyle

সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

March 7, 2026
কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই
Lifestyle

কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

March 5, 2026
ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?
Lifestyle

ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

February 28, 2026
গাখীৰৰ লগত ফল খালে কি হয়?
Lifestyle

গাখীৰৰ লগত ফল খালে কি হয়?

February 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d