Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

মাত্ৰ ২০ বছৰ বয়সতে অগাধ সম্পত্তিৰ মালিক জয়পুৰ ৰাজপৰিয়ালৰ পদ্মনাভ সিংহ

publisher by publisher
February 18, 2021
in India, News
Reading Time: 1 min read
0
মাত্ৰ ২০ বছৰ বয়সতে অগাধ সম্পত্তিৰ মালিক জয়পুৰ ৰাজপৰিয়ালৰ পদ্মনাভ সিংহ
6
SHARES
57
VIEWS
ShareShareShareShare

খটাইকালামত ‘ৰজা’ নহ’লেও পাৰিবাৰিক ঐশ্বৰ্য আৰু অভিজাত্যে এক উজ্জ্বল ৰাজকীয় পৰিচয়। মাত্ৰ ২০ বছৰ বয়সতে তেওঁৰ অগাধ সম্পত্তিৰ মালিক। এজন ৰাজকীয় ব্যক্তি হোৱাৰ উপৰিও, জয়পুৰ ৰাজপৰিয়ালৰ পদ্মনাভ সিংহ এজন বিখ্যাত পোলো খেলুৱৈও।

ADVERTISEMENT

f18d2ae3ac34b97a7d67b457e910465fপদ্মনাভ সিং জয়পুৰ ৰাজপৰিয়ালৰ ৩০৩ তম উত্তৰাধিকাৰী। তেওঁৰ ৰাজবংশ সেই দ্বাদশ শতিকাৰ পৰা জয়পুৰ শাসনৰ দায়িত্বত আছে। সেই সময়ত, এই প্ৰদেশৰ নাম আছিল অম্বৰ। ১৯ শতিকাৰ পৰা ভাৰতৰ স্বাধীনতালৈকে জয়পুৰ ব্ৰিটিছ ৰ মিত্ৰ ৰ ৰাজ্য আছিল।

RelatedPosts

জাতীয় পতাকাত ঘাম মচিলে বিজেপি বিধায়কে !ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই বিতৰ্ক

Huge Koran in Jaipur: জয়পুৰত বিশাল আকাৰৰ কোৰান

Rajasthan New Cm Bhajanlal Sharma Oath:ৰাজস্থানৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে ভজন লাল শৰ্মাই

shutterstock 686038288প্ৰাচীন অম্বৰৰ শাসকসকল পৃথ্বীৰাজ চৱনৰ সেনাৰ গুৰুত্বপূৰ্ণ যোদ্ধা আছিল। পিছত তেওঁলোকে বাবৰৰ বিৰুদ্ধেও ৰাণা সংঘৰ বাবে যুঁজ কৰিছিল। ১৬ শতিকাৰ ৰাথোৰ ৰাজবংশে অম্বৰৰ শাসন দখল কৰে।

মোগল সম্ৰাট আকবৰৰ শাসনকালত জয়পুৰৰ স’তে সম্পৰ্ক সলনি হৈছিল। তেওঁ জয়পুৰৰ তেতিয়াৰ শাসক ৰাজা ভাৰমলৰ জীয়ৰীক বিয়া কৰায়। তেওঁৰ পুত্ৰ জাহাংগীৰই পিছত আকবৰৰ উত্তধিকাৰী হয়।

f4975bc50ad40b97১৭ শতিকাৰ জয়পুৰৰ শাসক আছিল মহাৰাজ প্ৰথম জয় সিং। তেওঁৰ প্ৰপৌত দ্বিতীয় জয় সিংহ জয়পুৰ শাসন কৰিছিলে ১৬৯৯ ৰ পৰা ১৭৪৩ খ্ৰীষ্টাব্দলৈ । তেওঁক সেয়ে জয় সিং বুলিও কোৱা হয়। ৰজাৰ লগতে, তেওঁ এজন বিখ্যাত গণিতজ্ঞ আৰু জ্যোতিবিদ আছিল। তেওঁৰ নামৰ পৰায়ে, অম্বৰ ৰাজ্যৰ নতুন নাম হৈছে ‘জয়পুৰ’।

5c1aac302ab31e17a7772c92

মহাৰাজা ভৱানী সিং ১৯৭০ চনত সিংহাসনত বহে। তেওঁ খতাইকলমৰ জয়পুৰৰ অন্তিম মহাৰাজা আছিল। তাৰ পিছত স্বাধীন ভাৰতত ৰাজতন্ত্ৰৰ সমাপ্তি হয়।

মহাৰাজা ভৱানী সিঙৰ একমাত্ৰ কন্যাৰ বিবাহৰ চাৰিওফালে ৰাজপৰিয়ালত যথেষ্ট বিতৰ্ক হৈছিল। কাৰণ জয়পুৰৰ ৰাজকুমাৰী ভৱানী সিঙৰ কন্যা দিব্যকুমাৰীয়ে সৰল পৰিয়ালৰ এজন যুৱক নৰেন্দ্ৰ সিংক বিয়া কৰিছিল। নৰেন্দ্ৰ সিঙৰ দেউতাক ৰজা ভৱানী সিঙৰ কৰ্মচাৰী আছিল।

5c1d4d4156cdcf48bb0f521aএই বিবাহৰ পিছত দিব্যকুমাৰী ৰাজপৰিয়ালৰ পৰা বিচ্যুত হৈছিল। পিছত, অৱশ্যে, তেওঁৰ পুত্ৰ পদ্মনাভক মহাৰাজ ভৱানী সিঙে গ্ৰহণ কৰিছিল। ২০০২ চনত তেওঁ দৌহিত্ৰক সকলো সম্পত্তিৰ উত্তৰাধিকাৰী হিচাপে ঘোষণা কৰে। তেতিয়া পদ্মনাভৰ বয়স আছিল মাত্ৰ চাৰি বছৰ।

5c1d5077404f4d4a0e258c86 1মহাৰাজ ভৱানী সিঙৰ ২০১১ চনত মৃত্যু হয়। পদ্মনাভ তেতিয়াও এজন নাবালক আছিল। গতিকে তেতিয়া তেওঁৰ আইতা পদ্মিনি দেৱীয়ে বিশাল সম্পত্তিৰ যত্ন লৈছিল। ১৮ বছৰ বয়সৰ পিছত এতিয়া জয়পুৰ ৰাজবংশৰ সম্পদৰ উত্তৰাধিকাৰী হৈছে পদ্মনাভ সিং।

maxresdefault 5
পদ্মনাভৰ ভনীয়েকৰ নাম গৌৰৱী কুমাৰী আৰু ভায়েকৰ নাম লক্ষ্য ৰাজ সিং। তেওঁলোকৰ মাতৃ দিব্যকুমাৰী এজন বিজেপি নেতা আৰু লোকসভাৰ সদস্য। কিন্তু বিয়াৰ ২১ বছৰৰ পিছত নৰেন্দ্ৰ কুমাৰৰ স’তে তেওঁৰ বিবাহ বিচ্ছেদ হৈছিল।

ffef4891195ea5a90384ca399cc2af44পোলো খেলাৰ উপৰিও, ‘মহাৰাজা’ হৈছে পদ্মনাভৰ মুখ্য চখ। ফেশ্বনৰ প্ৰতিও আগ্ৰহী পদ্মনাভ। তেওঁ ইটালীৰ মিলানত এটা সন্মানীয় ফেশ্বন শ্ব’ত অংশগ্ৰহণ কৰে। বিশ্বৰ বহুতো আগশাৰীৰ ফেশ্বন ডিজাইনাৰ তেওঁৰ ঘনিষ্ঠ বন্ধু। তেওঁ ৰাজপৰিয়ালৰ ৰীতি-প্ৰথা অনুসৰি বিভিন্ন ৰাজহুৱা সেৱা কাৰ্যকলাপত জড়িত।

pachoতেওঁ বিশ্ব পৰ্যায়ত ভাৰতীয় পোলো দলকো প্ৰতিনিধিত্ব কৰিছে। যেতিয়াই তেওঁৰ সময় থাকে তেওঁ বিশ্বৰ সকলো ঠাইত ভ্ৰমণ কৰিবলৈ ভাল পায়। ইটালী হৈছে তেওঁৰ আটাইতকৈ পছন্দৰ দেশ।

পদ্মনাভ সিঙে মুখ্য প্ৰাসাদত বাস কৰে যেতিয়া তেওঁ গোলাপী চহৰ জয়পুৰত থাকে। ইয়াৰ উপৰিও, সুজান ৰাজমহল প্ৰাসাদ আৰু ৰাম নিবাস তেওঁৰ বাবে বিলাসবহুল ব্যক্তিগত প্ৰাসাদেৰে সজ্জিত কৰা হৈছে।

5c0e9c3338e1734b85496431পদ্মনাভ সিঙে বিদেশী সংস্কৃতিৰ প্ৰতি ভাল পোৱাৰ লগতে থলুৱা পৰম্পৰাকো সন্মান কৰে। জয়পুৰ পেলেচত তেওঁৰ হোলী খেলৰ দৃশ্য যথেষ্ট ৰঙীন। যুৱ ৰাজকীয় ব্যক্তিজনে কয় যে তেওঁ জয়পুৰৰ লোকসকলৰ বাবে কাম অব্যাহত ৰাখিব বিচাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: JaipurPadmanabh Singhroyal family
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d