★গোমধানত প্ৰচুৰ পৰিমাণে কেলৰি,চৰ্বি,প্ৰ’টিন,কাৰ্বহাইড্ৰেট,ছডিয়াম,পটাচিয়াম,ফাইবাৰ, ফলিক এচিড আদি পোৱা যায়।
ADVERTISEMENT
★গোমধানে পাকস্থলীৰ কৰ্কট ৰোগৰ ভয়াবহতা হ্ৰাস কৰে।
★হাড়ৰ শক্তি বৃদ্ধি কৰে গোমধানে ।
★গোমধানে অৰ্শৰোগ/কেচুমুৰীয়া নিৰাময় কৰাত সহায় কৰে।
★ভিটামিন আৰু খনিজ লৱনৰ উৎকৃষ্ট উৎস গোমধান
★গোমধানৰ ব্যৱহাৰে দৃষ্টি শক্তি আৰু সৌন্দৰ্য বৃদ্ধি কৰে।
★গোমধান মধুমেহ আৰু উচ্চ ৰক্তচাপৰ বাবে অতি উপযোগী ।
★ই দেহত কলেষ্ট্ৰৰেলৰ পৰিমাণ বৃদ্ধি হোৱাত বাধা দিয়ে ।
★গোমধান খালে ৰক্তহীনতা দূৰ হয় ।
★বীজাণু প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত ই সহায় কৰে।
★হৃদৰোগ জনিত বেমাৰৰ ভয়াবহতা হ্ৰাস কৰে গোমধানে।