Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ধিং খগেশ্বৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ

    হুথি-ছৌদি সংঘাতৰ প্ৰভাৱ!ছৌদিৰ চাৰিটা বিমানবন্দৰলৈ ইণ্ডিগ’ৰ বিমান সেৱা বাতিল

    দিল্লীকো চেৰ পেলাই প্ৰদূষণত শীৰ্ষত মুম্বাই!

    মধ্যৱৰ্তী নিৰ্বাচনৰ পিছতে ইৰানত পুনৰ বৃহৎ আক্ৰমণ চলাব পাৰে আমেৰিকাই! ট্ৰাম্পৰ হুংকাৰ

    এল নিনোৰ প্ৰভাৱত তেলেংগানাত তীব্ৰ জলসংকট, ৩১৫টা মণ্ডলত খৰাং পৰিস্থিতি ঘোষণা কৰাৰ পৰিকল্পনা চৰকাৰৰ

    ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Veteran Sports Journalist Premadhar Sarma Passes Away:প্রবীণ ক্রীড়া সাংবাদিক-সংগঠক-বহুমুখী প্রতিভাধৰ প্ৰেমধৰ শৰ্মা আৰু নাই

৮৬ বছৰত দেহাৱসান: ৰাজ্যজুৰি ক্ৰীড়া-সাংবাদিক মহলত গভীৰ শোকৰ ছাঁ আজি নৱগ্ৰহহ শেষকৃত্য সম্পন্ন হ'ব

publisher by publisher
March 13, 2026
in News
Reading Time: 1 min read
0
Veteran Sports Journalist Premadhar Sarma Passes Away:প্রবীণ ক্রীড়া সাংবাদিক-সংগঠক-বহুমুখী প্রতিভাধৰ প্ৰেমধৰ শৰ্মা আৰু নাই
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

Veteran Sports Journalist Premadhar Sarma Passes Away:

প্রবীণ ক্রীড়া সাংবাদিক, ক্রীড়া সংগঠক, বহুমুখী প্রতিভাধৰ প্ৰেমধৰ শৰ্মাৰ বৃহস্পতিবাৰে নিশা দেহাৱসান ঘটে। দীর্ঘদিনীয়া অসুস্থতাৰ ফলত গুৱাহাটীৰ পাণবজাৰৰ বাসগৃহত নিশা আঠ বজাত শেষ নিশ্বাস ত্যাগ কৰা শৰ্মাৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৬ বছৰ। শৰ্মাৰ বিয়োগৰ লগে লগে ৰাজ্যৰ ক্ৰীড়া সাংবাদিকতা ক্রীড়া সংগঠকৰ ক্ষেত্ৰখনত এক বৃহৎ শূন্যতাৰ সৃষ্টি হয়। তেওঁৰ সাংগঠনিক দক্ষতা কেৱল অসমৰ পৰিসীমাতে সীমাবদ্ধ থকা নাছিল। সৰ্বভাৰতীয় স্তৰতো তেওঁৰ নাম এজন সফল সংগঠকৰূপে উচ্চাৰিত হয়। সমান্তৰালভাৱে তেওঁৰ সাংবাদিকতা ক্ষেত্ৰখনো ৰাষ্ট্ৰীয় স্তৰলৈ সম্প্ৰসাৰিত হৈছিল।

ADVERTISEMENT

অসমত বিভিন্ন খেল জনপ্রিয়কৰণতো শৰ্মাৰ অৱদান চিৰদিনলৈ উল্লেখযোগ্য হৈ ৰ’ব। তেওঁ আছিল ফুটবল খেলৰ এজন সফল ধাৰাভাষ্যকাৰো। ঐতিহ্যমণ্ডিত বৰদলৈ ট্রফীৰ জনপ্রিয়তা তুংগত উঠাত ধাৰাভাষ্যকাৰ হিচাপে প্রয়াত শৰ্মাৰ অৱদান ৰাজ্যৰ ক্ৰীড়াৰ ইতিহাসত চিৰদিনলৈ খোদিত হৈ ৰ’ব। এক সহজ-সৰল জীৱন অতিবাহিত কৰা শৰ্মাই ইহসংসাৰত পত্নী আৰু দুই পুত্র সন্তানসহ বহু আত্মীয়-স্বজন এৰি যায়।

জীৱনটোক খেলৰ বাবে উৎসৰ্গা কৰা প্ৰেমধৰ শৰ্মা নিজেও এজন দক্ষ ফুটবলাৰ আছিল। হাইস্কুল পঢ়ি থকা সময়তে ১৯৫৪ত তেওঁ গুৱাহাটীৰ তদানীন্তন আগশাৰীৰ ক্লাব নবীন ইউনিয়নৰ হৈ ফুটবল খেলিছিল। একেদৰে তেতিয়াৰ কটন কলেজত পঢ়ি থকা সময়ত তেওঁ ফুটবলৰ আগশাৰীৰ বহু প্রতিযোগিতাত অংশগ্ৰহণ কৰিছিল। কিন্তু খেলুৱৈ হিচাপে নিজক আগবঢ়াই নিয়াৰ পৰিৱৰ্তে তেওঁ লাহে লাহে সংগঠক আৰু খেল পৰিচালনাৰ দিশটোতহে অধিক মনোনিৱেশ কৰিবলৈ ধৰে।

১৯৬১ ত তেওঁ ফুটবলৰ ৰেফাৰী জীৱন আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ বৰদলৈ ট্রফী, ডুগৰ শ্বিল্ড, স্বাধীনতা কাপ, জুনিয়ৰ ৰাষ্ট্ৰীয় প্রতিযোগিতা আদিৰ দৰে আগশাৰীৰ প্ৰতিযোগিতাত ৰেফাৰীৰ দায়িত্ব দক্ষতাৰে পালন কৰিছিল। তেওঁ বৰদলৈ ট্ৰফীৰ চূড়ান্ত খেলো পৰিচালনা কৰিছিল। প্ৰায় ১৫ বছৰ তেওঁ সক্রিয়ভাবে ৰেফাৰী হিচাপে নিজক জড়িত কৰি ৰাখিছিল। ৰেফাৰীৰ লগতে তেওঁ ক্রীড়া সংগঠকৰূপেও আত্মনিয়োগ কৰে। ১৯৬২ত গুৱাহাটী ক্রীড়া সন্থাৰ লগত জড়িত হোৱা প্ৰয়াত শৰ্মাই সংগঠনটোৰ ফুটবল সম্পাদক পদতো সেৱা আগবঢ়াইছিল।

১৯৬৭ত তেওঁ আকাশবাণী গুৱাহাটীৰ জৰিয়তে ফুটবল খেলৰ ধাৰাভাষ্যকাৰ ৰূপে আত্মপ্রকাশ কৰিছিল। তেওঁৰ নান্দনিক ধাৰাভাষ্য শ্ৰোতাৰ অন্যতম আকর্ষণ হৈ পৰিছিল। সেই সময়ত তেওঁ আকাশবাণীৰ দায়িত্বৰ লগতে পিআইবিতো চাকৰি কৰিছিল। কিন্তু খেলৰ প্ৰতি থকা দুৰ্বলতাৰ বাবেই ১৯৬৫ত তেওঁ সেই চাকৰি বাদ দি ‘দৈনিক অসম’ কাকতত ক্রীড়া সম্পাদক হিচাপে যোগদান কৰে। তেতিয়াৰে পৰা তেওঁ সাংবাদিকতাকে পেছা হিচাপে লয়। ক্রীড়া সাংবাদিক হিচাপে তেওঁ সৰ্বভাৰতীয় ক্রীড়া সাংবাদিক সন্থাৰ কোষাধ্যক্ষ পদো অলংকৃত কৰিছিল।

ক্রীড়া সংগঠক হিচাপে প্রয়াত প্ৰেমধৰ শৰ্মাৰ অন্যতম কীর্তি হৈ থাকিব অসমত কাবাদী খেলক সংগঠিত ৰূপ দিয়া প্রথমজন ব্যক্তি হিচাপে ১৯৭৭ৰ পহিলা মে’ত তেওঁ অসম কাবাদী সংস্থা গঠন কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ভাৰতীয় কাবাদী সংস্থাৰো পাঁচ বছৰ যুটীয়া সম্পাদক আছিল। অসম টেবুল টেনিছ সন্থা, অসম ক্রিকেট সন্থা, অলিম্পিক সন্থা, অসম ফুটবল সংস্থা, অসম ভলীবল সন্থাৰ লগতো তেওঁ ওতঃপ্রোতভাবে জড়িত আছিল।

প্ৰেমধৰ শৰ্মাৰ বিয়োগত মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই শোক প্রকাশ কৰিছে। এক শোকবার্তাত মুখ্যমন্ত্রীয়ে কয় যে প্রবীণ ক্রীড়া সাংবাদিক আৰু বিশিষ্ট ক্রীড়া সংগঠক শৰ্মাৰ বিয়োগৰ বাতৰি শুনি তেওঁ মর্মাহত হৈছে। ঐতিহ্যমণ্ডিত বৰদলৈ ট্রফিকে ধৰি বিভিন্ন ফুটবল প্রতিযোগিতাত প্রয়াত শর্মাই দিয়া ধাৰাভাষ্যক সোঁৱৰণ কৰি মুখ্যমন্ত্ৰীয়ে বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

গুৱাহাটী ক্রীড়া সন্থায়ো গভীৰ শোক প্ৰকাশ কৰিছে। এক শোকবার্তাত সন্থাৰ সভাপতি পৰেশ চন্দ্ৰ দাসে কয় যে প্রয়াত শর্মা আছিল অসমত ক্রীড়াক সংগঠিত কৰা এক উৎসর্গিত সত্তা। তেওঁৰ বিয়োগ অসমৰ ক্ৰীড়াক্ষেত্ৰখনৰ বাবে এক বৃহৎ লোকচান। গুৱাহাটী ক্রীড়া সন্থা তেওঁৰ বিয়োগত মর্মাহত বুলিও সভাপতি দাসে কয়। অসম স্প’র্টছ জাৰ্ণেলিষ্ট এছ’চিয়েছনৰ সচিব ইমতিয়াজ আহমেদ, সদৌ অসম পৰম্পৰাগত ক্রীড়া আৰু ড্রেগন বোট সন্থাৰ সভাপতি তাহেৰ আহমেদ, সদৌ অসম কাবাদী সন্থায়ো শোক প্রকাশ কৰিছে।

আনহাতে প্ৰখ্যাত ক্ৰীড়া সাংবাদিক গৰাকীৰ নশ্বৰদেহ গুৱাহাটী প্ৰেছ ক্লাবলৈ অনা হয় ৷ প্ৰতিকুল বতৰকো নেওচি বহু কেই গৰাকী সাংবাদিকে তেওঁলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷ ইয়াৰ পিচতে তেওঁ মৃতদেহ গুৱাহাটী ক্রীড়া সন্থা হৈ নৱগ্ৰহলৈ নিয়া হ’ব তাতে সম্পন্ন কৰা হ’ব শেষকৃত্য ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Guwahatipasses awayVeteran Sports Journalist Premadhar Sarma
publisher

publisher

Related Posts

ওমানৰ সাগৰ তীৰত গোলাপী ডলফিনৰ সমাহাৰ
International

ওমানৰ সাগৰ তীৰত গোলাপী ডলফিনৰ সমাহাৰ

October 24, 2026
আমেৰিকাৰ সীমান্তত ‘ষ্ট্ৰেঞ্জাৰ থিংছ’ৰ ৰক্তপীপাসু দানৱ ‘ডেমোগর্গন’!
International

আমেৰিকাৰ সীমান্তত ‘ষ্ট্ৰেঞ্জাৰ থিংছ’ৰ ৰক্তপীপাসু দানৱ ‘ডেমোগর্গন’!

October 24, 2026
অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা
Entertainment

অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

October 24, 2026
১৫গৰাকী বিশিষ্ট ব্যক্তিলৈ অসম বৈভৱ-অসম সৌৰভ-অসম গৌৰৱ সন্মান ঘোষণা
Assam

১৫গৰাকী বিশিষ্ট ব্যক্তিলৈ অসম বৈভৱ-অসম সৌৰভ-অসম গৌৰৱ সন্মান ঘোষণা

October 24, 2026
বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ধিং খগেশ্বৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ
Assam

বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ধিং খগেশ্বৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ

October 24, 2026
হুথি-ছৌদি সংঘাতৰ প্ৰভাৱ!ছৌদিৰ চাৰিটা বিমানবন্দৰলৈ ইণ্ডিগ’ৰ বিমান সেৱা বাতিল
International

হুথি-ছৌদি সংঘাতৰ প্ৰভাৱ!ছৌদিৰ চাৰিটা বিমানবন্দৰলৈ ইণ্ডিগ’ৰ বিমান সেৱা বাতিল

October 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d