পশ্চিম কাৰ্বি আংলঙত ভয়ংকৰ পথ দুৰ্ঘটনা

WhatsApp Image 2021 03 03 at 7.27.11 PM

মকিন্দুৰৰ পৰা জেংখা অভিমুখী মানুহ কঢ়িওৱা টাটা মোবাইল গাড়ী দুৰ্ঘটনাত পতিত ।

দুৰ্ঘটনাগ্ৰস্ত গাড়ী খনৰ নম্বৰ এএছ-০২এচি-৬৬৬৪ ।

আহত পুৰুষ মহিলাসহ ২০ গৰাকী।

১১ জনল অৱস্থা সংকটজনক।

আহত সকলক খেৰণিৰ মডেল চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ।

এগৰাকী গৰ্ভৱতী মহিলাও গুৰুতৰভাৱে আহত হৈছে এই দুৰ্ঘটনাত ।

Exit mobile version