মকিন্দুৰৰ পৰা জেংখা অভিমুখী মানুহ কঢ়িওৱা টাটা মোবাইল গাড়ী দুৰ্ঘটনাত পতিত ।
ADVERTISEMENT
দুৰ্ঘটনাগ্ৰস্ত গাড়ী খনৰ নম্বৰ এএছ-০২এচি-৬৬৬৪ ।

আহত পুৰুষ মহিলাসহ ২০ গৰাকী।
১১ জনল অৱস্থা সংকটজনক।

আহত সকলক খেৰণিৰ মডেল চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ।
এগৰাকী গৰ্ভৱতী মহিলাও গুৰুতৰভাৱে আহত হৈছে এই দুৰ্ঘটনাত ।





























