স্বাস্থ্য ভালে ৰাখিবলৈ দৈনিক খাওক দৈ গাখীৰ

dahi cheeni benefits

★ সতেজ দৈত প্রচুৰ পুষ্টি আছে যি আমাৰ দেহৰ বাবে উপকাৰী।

★গাখীৰত অধিক মাত্ৰাত ফেট আৰু মসৃণতা আছে যাৰ কাৰণে ই কিছু সময় পিছত শৰীৰত পার্শ্ব প্রতিক্রিয়া সৃষ্টি কৰে। কিন্তু দৈত ফেট খুব কম। হার্ট বা হৃদপিণ্ডৰ বাবে দৈ উপকাৰী ।

★বৰ্তমান সময়ত হার্ট সম্পৰ্কীয় সমস্যা বয়স অনুসৰি দেখা নাযায়, খাদ্যৰ কাৰণে এই সমস্যাত কম বয়সতেই মুখামুখী হ’বলগা হয়। ইয়াৰ পৰা দূৰৈত থাকিবলৈ দৈ ব্যৱহাৰ কৰা উচিত।

★প্রতিদিনে দৈ খালে হাড় শক্তিশালী কৰে দৈত কেলচিয়াম আছে যি দেহৰ হাড়ৰ বাবে গুৰুত্বপূর্ণ।

★দৈ খালে হজম সঠিকভাবে হোৱাৰ লগতে পাচনতন্ত্রক শক্তিশালী কৰে। কোষ্ঠকাঠিন্য, গেছ, এচিডিটিৰ দৰে সমস্যাসমূহ নোহোৱা হয়।ওজন হ্রাসত সহায়ক দৈ খোৱাৰ ফলত ক্ষুধা কমায়।

★দৈত প্রটিন আৰু কেলচিয়াম বেছি থাকে, যি ওজন নিয়ন্ত্রণত সহায়ক।

★ দৈত কেলৰিৰ পৰিমাণো কম। ই শৰীৰৰ পৰা অতিৰিক্ত মেদ হ্রাস কৰে। ছালৰ বাবে উপকাৰী দৈয়ে মুখৰ উজ্জ্বলতা বৃদ্ধি কৰে। ই শালমইনা, দাগসমূহতো অতি ভাল কাম কৰে।

Exit mobile version