Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু

    পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু

    আছাম নৰ্থ ইষ্ট কা সবসে বড়া ভাই হে, হামলোগ ছেভেন ষ্টেট আছাম কা উংগুলি পকৰকে বড়া হুৱা

    দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ২,৩৭৫ ডিগ্রী চেলচিয়াছ উষ্ণতাত নতুন ৰূপৰ বৰফ সৃষ্টি বিজ্ঞানীৰ

    কিতাপে মানুহক অপৰাধী নকৰে!

    কিতাপে মানুহক অপৰাধী নকৰে!

    কেৱল শুই থাকোতেই হ’ব লাখপতি

    কেৱল শুই থাকোতেই হ’ব লাখপতি

    থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল

    থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

পাঁচটা লক্ষণ দেখিলে সজাগ হওক

publisher by publisher
May 11, 2025
in Lifestyle
Reading Time: 1 min read
0
ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

এইবোৰ লক্ষণে ক’ব যে আপোনাৰ স্মার্টফোনটো মৃত্যুমুখত পৰিছে

মুম্বাইত ৩৬ দিনত ৮২ শিশু ১৩৪ নাবালিকা সন্ধানহীন

বেছিভাগ শিশুৱেই এতিয়া ম’বাইল ফোনকেন্দ্রিক শৈশৱ। এইটো এটা ৰোগৰ দৰে। যদিও প্রথম দৃষ্টিত বেছি যেন নালাগিব পাৰে, তথাপি এই বিপজ্জনক নিচাই দীর্ঘম্যাদী ক্ষতি কৰিব পাৰে। আনকি ম’বাইল ফোনৰ নিচায়ো শিশুৰ আচৰণৰ পৰিৱৰ্তন ঘটাব পাৰে। আপোনাৰ সন্তানো সলনি হৈছেনে? তেনে ক্ষেত্রত কে’বাটাও লক্ষণ লক্ষ্য কৰিলে অভিভাৱকসকলে সজাগ হোৱাটো গুরুত্বপূর্ণ।

ADVERTISEMENT

১। খিংখিঙীয়া আৰু দ্রুত খং: শিশুৱে ম’বাইলৰ পৰা তৎক্ষণাত আনন্দ লাভ কৰে। লাহে লাহে এই মনোৰঞ্জন নিচাতে পৰিণত হয়। গতিকে, যদি ফোনটো লৈ যায়, তেন্তে তেওঁলোকৰ খং খুব সোনকালে উঠে। এই ক্ষেত্ৰত সৰু সৰু কথাক লৈ চিঞৰ বা খং উঠাতো এটা সাধাৰণ লক্ষণ।

২। সামাজিক দক্ষতা হ্রাস: ম’বাইল ফোনে শিশুৰ ওপৰত বহুতো নেতিবাচক প্রভাৱ পেলায়। ফোনৰ জগতখনত মনোৰঞ্জন বিচাৰি বহুবাৰ কণমানি সদস্যজনে সকলোৰে লগত কথা পতা বন্ধ কৰি দিয়ে। স্কুলত পিতৃ-মাতৃ, বন্ধু-বান্ধৱী বা শিক্ষকৰ লগত কথা পাতিব নিবিচাৰে। শিশুরে নিজকে বন্ধ ঠাইত আবদ্ধ কৰি ৰাখিব বিচাৰে, ফলত তেওঁলোকৰ সামগ্রিক বৃদ্ধিত বাধাৰ সৃষ্টি হয়।

৩। মনোযোগ দিয়াৰ ক্ষমতা কমি যোৱা: ম’বাইল ফোন ধাৰাবাহিকভাৱে চোৱাৰ বাবে মাত্র কেইমিনিটমানৰ ভিতৰতে শিশুৰ মনোযোগ স্থানান্তৰিত হ’বলৈ আৰম্ভ কৰে। স্কুল বা পঢ়াৰ সময়ত তেওঁলোকৰ মনোযোগ কমি যাব পাৰে। সৰু সৰু কথাবোৰো পাহৰিবলৈ আৰম্ভ কৰে। এই ধৰণৰ আচৰণক আওকাণ কৰা উচিত নহয়।

৪। টোপনিৰ অসুবিধা: ফোনটোৰ নীলা পোহৰে টোপনিৰ মান নষ্ট কৰি পেলায়। ফোনত আসক্ত শিশু ৰাতিলৈকে উজাগৰে থাকে আৰু পুৱা দেৰিকৈ সাৰ পায়। যাৰ বাবে তেওঁলোকে সৰু সৰু কথাবোৰত বিৰক্ত হয়। আনকি বহু জটিল ৰোগৰ বলি হ’ব পাৰে।

৫। জেদী আৰু অসহযোগী মনোভাব: ম’বাইল ফোন অভ্যাসৰ বাবে শিশুৱে প্রায়ে সকলো কথাকে ‘নাই’ ক’বলৈ আৰম্ভ কৰে। অনবৰতে মাক-দেউতাকৰ আজ্ঞা অমান্য কৰিবলৈ আৰম্ভ কৰে, নিজৰ ইচ্ছামতে কামবোৰ কৰিব বিচাৰে। সকলোতে জেদী হৈ পৰে। এইবোৰ লক্ষণ দেখা পালে সাৱধান হোৱাটো জৰুৰী।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ChildHealthPhone
publisher

publisher

Related Posts

গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ
Lifestyle

September 14, 2026
ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ
Lifestyle

ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

September 13, 2026
আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?
Lifestyle

আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

September 12, 2026
সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে
Lifestyle

সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

September 6, 2026
পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী
Lifestyle

পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

September 4, 2026
ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ
Lifestyle

ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

September 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d