* জনতা ভৱনত নিৰ্বাচন আয়োগৰ CEO নীতিন খাড়েৰ সংবাদমেল |
* আগন্তুক নিৰ্বাচনত ভোটাৰৰ মাজত সজাগতা সৃষ্টিত গুৰুত্ব আয়োগৰ |
* ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ প্ৰতিজন ভোটাৰক আহ্বান খাড়েৰ |
* ক্ৰিকেটাৰ ৰিয়ান পৰাগ, অভিনেতা কপিল বৰা, কণ্ঠশিল্পী অনিন্দিতা পাল,পেৰাচাইক্লিষ্ট ৰাকেশ বনিকক অসমৰ নিৰ্বাচনৰ ব্ৰেণ্ড এম্বেচাদৰ নিযুক্তি নিৰ্বাচন আয়োগৰ |
* ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিব নিযুক্তিপ্ৰাপ্ত ব্ৰেণ্ড এম্বেচাদৰকেইজনে।
* ‘ব’হাগ আৰু বহাগী’ হ’ব নিৰ্বাচন আয়োগৰ শুভংকৰ।
* মুকলি কৰা হ’ল নিৰ্বাচন আয়োগৰ থীম ছং |
* ‘আমি সজাগ ভোটাৰ, ভোটদান আমাৰ অধিকাৰ’ শীৰ্ষক শ্ল’গানেৰে সজাগতা সৃষ্টিত গুৰুত্ব নিৰ্বাচন আয়োগৰ।
* CEO খাড়েঃ ২০১৬ ত ভোটদানৰ হাৰ আছিল ৮০ শতাংশ |
* আসন্ন নিৰ্বাচনত ভোটদানৰ হৈছিল ৰ ৮৫ শতাংশলৈ বৃদ্ধিৰ লক্ষ্য |
* ক’ভিড পৰিস্থিতিৰ বাবে বৃদ্ধি পাইছে ৫,৩৫২ টা ভোটকেন্দ্ৰ |
* নিৰ্বাচন আয়োগৰ গাইড লাইন অনুসৰি এই সিদ্ধান্ত |
* ২০১৬ ত ভোটদানৰ হাৰ কম হোৱা স্থানত সজাগতাত অধিক গুৰুত্ব |
* পৰম্পৰাগত সাজ-পোছাকেৰে প্ৰস্তুত কৰা হৈছে শুভংকৰ |
* ‘এয়া যে সময় নিৰ্বাচনৰ, এয়া যে সময় ভোটদানৰ ‘শীৰ্ষক থীম ছং মুকলি |
* থীম ছঙৰ কথা পাপলু চেতিয়াৰ।
* বাটৰ নাট’ৰ জৰিয়তেও ভোটাৰৰ মাজত সৃষ্টি কৰিব সজাগতা |