মেষ :সৰু-সুৰা বিৰােধী কথাত বেছি মন নিদিলে কর্মক্ষেত্ৰতাে শুভ ফল। ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম। শুভ ৰং ক্রীম।
বৃষ : ঘৰুৱা দিশত অৱশ্যে সিমান দুশ্চিন্তা। আর্থিক উন্নতিৰ ক্ষেত্ৰত যিকোনাে চেষ্টাত কিবা নহয় কিবা বাধা অনুভৱ কৰিব। শুভ ৰং বগা।
মিথুন : আর্থিক প্রাপ্তিৰ আশা। কর্তব্যত আপােনাৰ যােগ্যতা থাকিব। কোনােৱে বাস্তৱ ক্ষেত্ৰত খােজ পেলাই উপকৃত হ’ব। সৰু-সুৰা কথাত মানসিক কিছু প্রভাৱ পেলাব। বন্ধুৰ সহায়।শুভ ৰং কমলা।
কর্কট : পূর্ব দিনৰ তুলনাত আজি বহুলাংশে যােগাযােগাদিত উন্নত। অৱশ্যে আপােনাৰ হুমুৰীয়া স্বভাৱৰ দোষত শাৰীৰিকত কিছু আহুকালৰ কাৰক বিদ্যাত মধ্যম। ভ্রমণ। শুভ ৰং পাতল নীলা।
সিংহ :কোনাে সহজতে যি কৰাে বুলি থিৰাং কৰিছিল তাক সম্পূর্ণ কৰাত বাধা পাব। আকস্মিক বাধা বা ক্লেশে লগ ধৰিব পাৰে। ফল দাম্পত্যত নতুন-চিন্তা অৱশ্যে থাকিব। শুভ ৰং হালধীয়া।
কন্যা : জাতকৰ কোনাে উন্নত যােগাযােগৰ পৰা লাভ। কর্মক্ষেত্ৰত আপােনাৰ ভাবমূর্তি প্রায় ঠিক থাকিব যদিও কোনাে কাৰণে চিন্তাৰ কাৰণ হ’ব। বিদ্যাত বেয়া নহ’ব। ভ্রমণাদিত মধ্যম। শুভ ৰং গেৰুৱা,শুভ সংখ্যা ৭।
তুলা : কোনােৱে প্ৰৱঞ্চকৰ কবলত পৰাৰ কাৰক সাৱধান হলে ভয় কম বিদ্যাত যত্নৰ ফল লাভ। সাধাৰণ শৰীৰৰ আহুকাল অলপ। দাম্পত্যত ভালেই। কর্মাদিত উৎসাহ। শুভ ৰং কলা।
বৃশ্চিক : ক্রমে দিনটো বাঢ়ি অহাৰ লগে লগে মনটো গধুৰ হ’ব পাৰে। হ’বলগীয়া কামত অনগ্ৰসৰ হােৱাৰ যােগ। শুভ ৰং নীল।
ধনু : বিশেষকৈ অনুৰাধা নক্ষত্ৰৰ মানসিক শান্তি। উন্নত দিনৰ অনুমান। যােগাযােগৰ খুব বেয়া নহ’ব। ভবা কথাৰ লগত সাদৃশ্য কম যদিও প্রতিকূলাে নহ’ব। বিদ্যাত বাধা কম। শুভ ৰং ক্রীম।
মকৰ : ভঙা-পতা কৰি ভাল পাব পুৰণি পৰিৱেশৰ সলনিৰ প্রতি মন কৰিব পাৰে ভ্ৰমণৰ সষ্টম হওক। কিন্তু কোনাে প্রিয় বন্ধু-বান্ধৱীৰ সংগত সুখ । শুভ ৰং বগা।
কুম্ভ : পঢ়া-শুনাত মনােযােগ লাগিব। ৰুক্ষ চিন্তা অত্যাধিক খৰচ হলেও আয়ত্ত থাকিব। দুষ্টৰ সংগই বিপদ আনিব পাৰে লােহ। পদমর্যাদা লাভ। শুভ ৰং হালধীয়া।
মীন : কিছুদিন উপকৃত তথা খৰচ আর্থিক যােগাযােগত । মতান্তৰ হ’ব লগা কথাত মন নিদিব। নতুন সম্পদ ক্রয়। শুভ ৰং কলা।