●কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ১৮ হেজাৰ ৫৯৯ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
ADVERTISEMENT
● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে এক কোটি ১২ লাখ ২৯ হেজাৰ ৩৯৮ জন ।
● ইতিমধ্যে এক লাখ ৫৭ হেজাৰ ৮৫৩ জন লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।
● বিগত ২৪ ঘণ্টাত ৯৭ জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে ।
● বিগত ২৪ ঘন্টাত পাঁচ লাখ ৩৭ হেজাৰ ৭৬৪ জন লোকৰ ক’ভিড পৰীক্ষা কৰোৱা হয়।