ইতিমধ্যে পঞ্চভূতত বিলিন হ’ল লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈ(৭৭)ৰ নশ্বৰ দেহ

● ডিব্ৰুগড় সঞ্জীৱনী নাৰ্চিং হোমৰ পৰা তিনিচুকীয়াৰ লাইপুলি মৰাণকাৰী গাঁৱৰ বাসগৃহত উপস্থিত হোৱাৰ পাছতে লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈৰ নশ্বৰ দেহ সামাজিক ৰীতি-নীতিৰে নিজা বাসগৃহত শেষকৃত্য সম্পন্ন কৰে ।
● ইফালে পুৱাই পুত্ৰ লুৰিণজ্যোতি গগৈয়েও  গুৱাহাটীৰ পৰা স্বগৃহত উপস্থিত হোৱাৰ পাছতে সৃষ্টি হয় শোকাকুল পৰিৱেশৰ ।
● যোৱা নিশা ডিব্ৰুগড়স্থিত সঞ্জীৱনীত ১০.৪৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰিছিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈয়ে ৷
● দুলু গগৈৰ মুত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ ৷

Exit mobile version