
ADVERTISEMENT
মন্ত্ৰী তথা ওদালগুৰি সমষ্টিত বিপিএফ প্ৰাৰ্থী ৰিহণ দৈমাৰীয়ে কাহিবাৰী এল পি স্কুলত ভোটদান কৰে ।

ওদালগুৰি সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী গোবিন্দ বসুমতাৰীৰ ভোটদান ।

জাগীৰোড সমষ্টিৰ অন্তৰ্গত আঁহতগুড়িত বিজেপিৰ প্ৰাৰ্থী পীযুষ হাজৰিকাই পৰিয়ালবৰ্গৰ স’তে কৰিলে ভোটদান ।

নগাঁও ভোটকেন্দ্ৰত বিজেপি নেতা ৰাজেন গোঁহাইৰ ভোটদান ।

ডিফুৰ বিজেপিৰ প্ৰাৰ্থী বিদ্যা সিং ইংলেঙৰ পৰিয়ালবৰ্গৰ স’তে ভোটাধিকাৰ সাব্যস্ত ।

বিজেপিৰ প্ৰাৰ্থী দিগন্ত কলিতাৰ কমলপুৰ ভোটকেন্দ্ৰত ভোটদান ।































