প্ৰাক্তন আৰক্ষী মহাপৰিদৰ্শক হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান

Hiranya Kumar 20180806

● আজি পুৱা ৪-৩০ বজাত গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন আৰক্ষী মহাপৰিদৰ্শক হিৰণ্য কুমাৰ ভট্টাচাৰ্যই ।
● ৮৬ বছৰ বয়সত তেওঁৰ বিয়োগ ঘটে ।

● ইহ সংসাৰত তেওঁ পত্নী, দুই পুত্ৰ আৰু কন্যাসহ বহু আত্মীয়স্বজনক এৰি থৈ যায় ।
● আৰক্ষী বিষয়াজনে কে’বাখনো গ্ৰন্থও ৰচনা কৰে ।

Exit mobile version