বকোত বিধায়িকা নন্দিতা দাসৰ ভোটদান

WhatsApp Image 2021 04 06 at 4.45.38 PM

অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ৪৮নং বকো বিধানসভা সমষ্টিৰ বিধায়িকা তথা অসম প্ৰদেশ মহিলা কংগ্ৰেছ সমিতিৰ সভানেত্ৰী নন্দিতা দাসে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে ।

২৩৬৬৬১ গৰাকী ভোটাৰ থকা অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ৪৮ নং বকো বিধানসভা সমষ্টিৰ বকো হাই স্কুলৰ উত্তৰ বৰপাৰা ২৪৮ নং ভোট কেন্দ্ৰত ভোট প্ৰদান কৰে ।

একেদৰে মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপৰ জ্যোতিপ্ৰসাদ দাসে ডাকুৱাপাৰা প্ৰাথমিক বিদ্যালয়ৰ ২৫৪ ভোটকেন্দ্ৰৰ বাঁও শাখাত ভোট প্ৰদান কৰে।

Exit mobile version