কৰ’নাৰ প্রতিষেধক ল’লে এই বেংকে দিব অধিক সুদ

how to check central bank of india account balance

কৰ’নাৰ প্রতিষেধক গ্রহণ কৰা ব্যক্তিক ফিক্সড ডিপজিট (এফ ডি) আঁচনিত অধিক সুদ প্রদান কৰিব এটা বেংকে। এই অভিনৱ আঁচনিৰ কথা ঘােষণা কৰিলে চেন্ট্রেল বেংক অৱ ইণ্ডিয়াই।

টিকাগ্রহণকাৰীসকলক এফ ডিত অতিৰিক্ত ২৫ বেছিছ পইণ্টৰ হাৰত সুদ প্রদান কৰিব চেন্ট্রেল বেংকে। এই আঁচনিৰ নাম হৈছে ইমিউন ইণ্ডিয়া ডিপজিট স্কীম।

এই আঁচনিখনৰ অধীনত বিনিয়ােগকাৰীয়ে ১,১১১ দিনৰ বাবে নির্দিষ্ট পৰিমাণৰ ধন এফ ডিত ৰাখিব লাগিব। প্রতিষেধক গ্রহণ কৰাৰ ব্যক্তিৰ লগতে জ্যেষ্ঠ নাগৰিককো আঁচনিখনত অতিৰিক্ত সুদ প্রদান কৰা হ’ব।

Exit mobile version