Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

অবৈধভাৱে ৰেমডেছিবিৰ ক্ৰয়ত অভিযুক্ত দেবেন্দ্ৰ ফাডনাবিছ

publisher by publisher
April 19, 2021
in India, News, Politics
Reading Time: 1 min read
0
অবৈধভাৱে ৰেমডেছিবিৰ ক্ৰয়ত অভিযুক্ত দেবেন্দ্ৰ ফাডনাবিছ
1
SHARES
13
VIEWS
ShareShareShareShare

মহাৰাষ্ট্ৰৰ বিৰোধী দলৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাডনাবিছক কেৱল চৰকাৰৰ বিক্ৰীৰ বাবে অনুমোদিত ৰেমডেছিভিৰ প্ৰতিষেধক বিক্ৰী কৰাৰ গোচৰত অভিযুক্ত কৰা হৈছে ।

ADVERTISEMENT

১৮ এপ্ৰিলত আৰক্ষীয়ে ৰেমডেছিভিৰ ভাইলছ বিতৰণ আৰু বিক্ৰীৰ বিষয়ত শোধ পোছ কৰিবলৈ আটক কৰা ব্ৰাক ফাৰ্মাৰ কৰ্মচাৰীসকলক উদ্ধাৰ কৰিবৰ বাবে ফডনাবিছ বাণ্ড্ৰা-কুৰ্লা কম্প্লেক্সত উপস্থিত হয় ।

RelatedPosts

Maharashtra CM swearing in ceremony: বৃহস্পতিবাৰে শপত গ্ৰহণ কৰিব মহাৰাষ্ট্ৰৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছ

What did Uddhav say after Congress’ failure in Haryana?হাৰিয়ানাত কংগ্ৰেছৰ ব্যৰ্থতাৰ পাছত কি ক’লে উদ্ধৱে?

Election Commission Freezes Siv Sena Symbal Name : শিৱসেনাৰ প্ৰতিক চিহ্ন ব্যৱহাৰত নিৰ্বাচন আয়োগৰ বাধাআৰোপ উদ্ধৱ-সিন্দে দুই গোটক

মহাৰাষ্ট্ৰৰ বিজেপি এম‌এলচি প্ৰসাদ লাদে ৰাজ্যৰ বাবে তেওঁলোকৰ পৰা ৰেমডেছিবিৰ প্ৰতিষেধক ক্ৰয় কৰোতে ডমন আৰু ডিউৰ ব্ৰাক ফাৰ্মাৰ নিৰ্মাতাসকল আৰক্ষীৰ হাতত ধৰা পৰে । ফাডনাবিছে আৰক্ষীক কয় যে, প্ৰতিষেধক সৰবৰাহ কৰিবৰ বাবে ‘সকলো অনুমতি’ আছে আৰু বিষয়াজনক ‘হঠাৎ’ আটক কৰা হৈছে ।

তেওঁ লগতে কয়, ‘আমি আৰক্ষী চকীত গৈ জ’নাল ডিচিপিক সুধিছো তেওঁলোকৰ অপৰাধ কি ?’

শিৱসেনাৰ মুখপাত্ৰ হৰ্ষল প্ৰসাদে অভিযোগ উত্থাপন কৰে যে, ফাডনাবিছে থানাত কয় যে, বিজেপিয়ে ডমন আৰু গুজৰাটৰ পৰা প্ৰতিষেধকসমূহ বিচাৰিছিল আৰু গুজৰাটৰ বিজেপি মুখ্য‌ই বিতৰণ কৰাৰ দৰে প্ৰতিষেধকটো বিতৰণ কৰিব বিচাৰিছিল ।

প্ৰসাদে প্ৰশ্ন উত্থাপন কৰে যে, ‘সাধাৰণ নাগৰিক’ হিচাপে ফাডনাবিছে কেৱল চৰকাৰৰ বিক্ৰীৰ বাবে অনুমোদন থকা ৰেমডেছিবিৰৰ ষ্টক কেনেকৈ লাভ কৰিলে ।

আম আদমি পাৰ্টীৰ প্ৰীতি শৰ্মা মেননে ফাডনাবিছৰ পদক্ষেপক ‘নিখুঁত অবৈধ’ বুলি অভিহিত কৰি কয় যে, ৰাজনৈতিক দলে প্ৰতিষেধক বিধ দান কৰিব নোৱাৰে কাৰণ ইয়াৰ বৰঙণি আয়োগত পঞ্জীয়ন নাই নিৰ্বাচন আয়োগতহে পঞ্জীয়ন আছে ।

নিজৰ অৱস্থিতি স্পষ্ট কৰিবলৈ ফাডনাবিছে কয়, ‘বিজেপিয়ে ক্ৰয় কৰা নাছিল কিন্তু কেৱল মহাৰাষ্ট্ৰৰ বাবে অধিক্ৰয় কৰিছিল ।’ তেওঁ লগতে কয় যে, ইয়াৰ বাবে খাদ্য আৰু ঔষধ নিয়ন্ত্ৰক (এফডিএ)ই অনুমোদন প্ৰদান কৰিছিল, অবৈধ হোৱা হ’লে অনুমোদন কিয় প্ৰদান কৰিলে হয় ।

মুম্বাই আৰক্ষীয়ে জনায় যে, ব্ৰাক ফাৰ্মাই দক্ষিণ মুম্বাই, মালাড, কাণ্ডিৱালি আৰু ভিলে পাৰ্লেসহ চহৰৰ বিভিন্ন স্থানত ৰেমডেছিবিৰৰ প্ৰায় ৬০ হেজাৰ ভাইলছ জমা কৰি থৈছে ।

আৰক্ষী সূত্ৰে খবৰ যে, আৰক্ষীয়ে তদন্ত কৰি আছে কিয় এই ৬০ হেজাৰ ভাইলছ বজাৰত বিতৰণ নকৰি জমা কৰি থোৱা হৈছে, বিশেষকৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই বাৰে বাৰে ভাইলছৰ নাটনি হোৱা বুলি উল্লেখ কৰাৰ পাছতো । এই পৰ্যন্ত কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই বা জব্দ কৰা হোৱা নাই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Devendra FadnavisFDAHarshal PrasadPrasad LadUddhav Thackeray
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d