Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Election Commission Freezes Siv Sena Symbal Name : শিৱসেনাৰ প্ৰতিক চিহ্ন ব্যৱহাৰত নিৰ্বাচন আয়োগৰ বাধাআৰোপ উদ্ধৱ-সিন্দে দুই গোটক

publisher by publisher
October 9, 2022
in News, Politics
Reading Time: 1 min read
0
Election Commission Freezes Siv Sena Symbal Name : শিৱসেনাৰ প্ৰতিক চিহ্ন ব্যৱহাৰত নিৰ্বাচন আয়োগৰ বাধাআৰোপ উদ্ধৱ-সিন্দে দুই গোটক
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

Maharashtra:উৎকণ্ঠাৰ অন্ত পৰিব বুধবাৰে !

Maharashtra Assembly will be without an Opposition Leader for the first time:প্ৰথমবাৰলৈ বিৰোধী দলপতি বিহীন হ’ব মহাৰাষ্ট্ৰ বিধানসভা

What did Uddhav say after Congress’ failure in Haryana?হাৰিয়ানাত কংগ্ৰেছৰ ব্যৰ্থতাৰ পাছত কি ক’লে উদ্ধৱে?

Election Commission Freezes Siv Sena Symbal Name : শিৱসেনা প্ৰতিক চিহ্ন ধনু আৰু কাড়ৰ দাবীক লৈ বিগত কেইবামাহো উদ্ধৱ থাকৰে আৰু একনাথ সিন্দে গোটে মহাৰাষ্ট্ৰৰ ৰাজনীতি গৰম কৰি থকাৰ মাজতে দুই গোটৰ দলীলৰ ওপৰত ভিত্তি কৰি নিৰ্বাচন আয়োগে সদ্যহতে শিৱসেনা প্ৰতিক চিহ্ন ব্যৱহাৰত বাধাআৰোপ কৰে দুই গোটক৷

ADVERTISEMENT

শণিবাৰে নিৰ্বাচন আয়োগে উদ্ধৱ থাকৰে আৰু একনাথ সিন্দেৰ নেতৃত্বক আন্ধেৰী পূব বিধানসভা উপ -নিৰ্বাচনত দলটোৰ নাম আৰু ইয়াৰ প্ৰতীক ব্যৱহাৰ কৰিবলৈ বাধা দিছিল। উল্লেখ্য যে মূল শিৱসেনাৰ নিৰ্বাচনী প্ৰতীকটো দীৰ্ঘদিন ধৰি ধনু-কাড় আছিল৷ যিটো দুয়োটা গোটে দাবী কৰি আহিছে। প্ৰণিধানযোগ্য যে মহাৰাষ্ট্ৰৰ আন্ধেৰী পূব বিধানসভা উপ-নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী একনাথ সিন্ধে গোটে প্ৰতীকটো আৱণ্টন বিচাৰি কাষ চাপিছিল নিৰ্বাচন আয়োগৰ ৷ কিন্ত আয়োগে শুনানি গ্ৰহণ কৰি দুয়োটা গোটৰ কোনোটোকে আন্ধেৰী পূব উপ-নিৰ্বাচনত দলটোৰ নাম ‘শিৱসেনা’ আৰু ইয়াৰ প্ৰতীক ‘ধনু আৰু কাড়’ ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া নহ’ব বুলি নিৰ্দেশনা জাৰি কৰে৷ । অৱশ্যে আয়োগে দুয়োটা গোটক প্ৰতীক আৱণ্টন কৰা হ’ব৷তাৰ পৰাই তেওঁলোকে নতুন প্ৰতিক চিহ্ন বাছনি কৰিব পাৰিব ৷

নিৰ্বাচন আয়োগে ধনু আৰু কাড় নিজৰ বুলি দাবী কৰা দুয়োটা প্ৰতিদ্বন্দী গোটক সোমবাৰৰ ভিতৰত অৰ্থাৎ ১০ অক্টোবৰৰ ভিতৰত তিনিটা নামৰ বিকল্পৰ লগতে তেওঁলোকৰ নিজ নিজ দলৰ বাবে এটা নতুন প্ৰতীকৰ পৰামৰ্শ দিবলৈ কোৱা হয় নিৰ্দেশনাটোত ।

উল্লেখ্যে যে একনাথ সিন্দেৰ নেতৃত্বত একাংশ বিধায়কে উদ্ধৱ থাকৰে নেতৃত্বাধীন চৰকাৰৰ পৰা ফালৰি কাটি আহি বিজেপিৰ সৈতে মিত্ৰতা কৰি মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰাৰ পিছৰে পৰা দুয়োটা গোটৰ মাজত প্ৰকৃত শিৱসেনা কোন তাক লৈ চলি আছে বিতৰ্ক । আনহাতে মহাৰাষ্ট্ৰ বিধান পৰিষদৰ বিৰোধী দলপতি তথা উদ্ধৱ থাকৰে পন্থী আম্বাদাস দানৱে আয়োগ অন্তৱৰ্তীকালীন নিৰ্দেশনাক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, আয়োগৰ সিদ্ধান্ত আমাৰ প্ৰতি অন্যায় ৷ উপ-নিৰ্বাচনৰ বাবে আয়োগে অন্তৱৰ্তীকালীন সিদ্ধান্ত দিয়াৰৰ পৰিৱৰ্তে নিৰ্বাচনী সংস্থাটোৱে সামগ্ৰিক ভাৱে সিদ্ধান্ত ল’ব লাগিছিল । এনেক্ষেত্ৰত দুয়োটা গোটৰ মাজৰ বিবাদ আৰু দীঘলীয়া হোৱা যেন লাগিছে ৷ একেদৰে উদ্ধৱ থাকৰে তনয় আদিত্য থাকৰে আয়োগৰ সিদ্ধান্ত সন্দৰ্ভত কয়,মহাৰাষ্ট্ৰৰ মানুহে ইয়াক সহ্য নকৰিব৷ ক্ষোভৰ বহিঃপ্ৰকাশ হ’ব ৷

মনকৰিবলগীয়া যে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে গোটে মহাৰাষ্ট্ৰৰ আন্ধেৰী পূব বিধানসভাৰ উপ-নিৰ্বাচনত তীৰ-কাড়ৰ চিহ্ন আৱণ্টন কৰিবলৈ দাবী জনাইছিল নিৰ্বাচন আয়োগক। নিৰ্বাচন আয়োগে শুক্ৰবাৰে বিষয়টোত উদ্ধৱ থাকৰে গোটক জাননী জাৰি কৰি শণিবাৰে দুপৰীয়া ২ বজাৰ ভিতৰত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ কোৱা হৈছিল ।
আনহাতে আয়োগৰ এই ধৰণৰ সিদ্ধান্ত ইয়াৰ পূৰ্বে বিহাৰৰ লোক জনশক্তি পাৰ্টিৰ ক্ষেত্ৰত লোৱা দেখা গৈছিল ৷ লোক জনশক্তি পাৰ্টিৰ মাজত একে ধৰণৰ বিতৰ্কৰ সৃষ্টি হৈছিল ৷ যাৰ বাবে নিৰ্বাচন আয়োগে দলটোৰ নিৰ্বাচনী প্ৰতীক জব্দ কৰ পিছত দুয়োটা গোটক পৃথক চিহ্ন আৱণ্টন দিয়ে ।

মহাৰাষ্ট্ৰৰ আন্ধেৰী পূব বিধানসভাৰ উপ-নিৰ্বাচনৰ বাবে ইতিমধ্যে দিন কথা ঘোষণা কৰিছিল নিৰ্বাচন আয়োগে। সমষ্টিটোৰ বাবে মনোনয়ন প্ৰক্ৰিয়া ৭ অক্টোবৰৰ পৰা ১৪ অক্টোবৰলৈকে চলিব। ৩ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটদান। আনহাতে শেহতীয়া প্ৰাপ্ত তথ্য অনুসৰি এই বিষয়টোক লৈ একনাথ সিন্দে আৰু উদ্ধৱ থাকৰে গোটে কাষ চাপিছে উচ্চতম ন্যায়ালয়ৰ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: eknath shindeElection Commission FreezesSiv Sena Symbal NameUddhav Thackeray
publisher

publisher

Related Posts

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

September 9, 2026
আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d