Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ

    সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি

    ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ

    দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Maharashtra CM swearing in ceremony: বৃহস্পতিবাৰে শপত গ্ৰহণ কৰিব মহাৰাষ্ট্ৰৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছ

তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে নিযুক্তিৰ পথ প্ৰশস্ত কৰে বিজেপিৰ দেৱেন্দ্ৰ ফাড়নাভিছে । অহা ৫ ডিচেম্বৰত বিজেপিৰ দেৱেন্দ্ৰ ফাড়নাভিছে  মুম্বাইত এক বিশাল অনুষ্ঠানত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ।

publisher by publisher
December 4, 2024
in National, Politics
Reading Time: 1 min read
0
মুখ্যমন্ত্ৰী
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Maharashtra Politics : মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী পদত শপতগ্ৰহণ একনাথ শিণ্ডেৰ, উপমুখ্যমন্ত্রী ফডণবীছ

Maharashtra Political Crisis : আঢ়ৈ বছৰ পাছত পুনৰ মুখ্যমন্ত্রী হ’ব নেকি দেবেন্দ্র ফড়নবীশ ? কেতিয়া ল’ব শপত !

Maharashtra Political Crisis : নতুন চৰকাৰ হ’লে কোন হ’ব মন্ত্রী ? কাৰ হাতত থাকিব কোনটো দপ্তৰ ?

অৱশেষত অন্তত পৰিল ব্যাপক চৰ্চাৰ । তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে নিযুক্তিৰ পথ প্ৰশস্ত কৰে বিজেপিৰ দেৱেন্দ্ৰ ফাড়নাভিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অহা ৫ ডিচেম্বৰত বিজেপিৰ দেৱেন্দ্ৰ ফাড়নাভিছে  মুম্বাইত এক বিশাল অনুষ্ঠানত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব । লগতে শপত গ্ৰহণ কৰিব উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰে । দক্ষিণ মুম্বাইৰ আজাদ ময়দানত শপতগ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি জানিব পৰা গৈছে ।

ADVERTISEMENT

ইফালে শপতগ্ৰহণৰ পূৰ্বে মহাৰাষ্ট্ৰৰ অন্তৱৰ্তীকালীন মুখ্যমন্ত্ৰী একনাথ শিণ্ডে, এনচিপি নেতা অজিত পাৱাৰ আৰু প্ৰফুল পেটেল আৰু জ্যেষ্ঠ বিজেপি নেতা বিনোদ তাৱদেৰ সৈতে ফাড়নাভিছে ৰাজ ভৱনত উপস্থিত হৈ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ কৰে। তেওঁলোকৰ বিধায়কসকলৰ সমৰ্থন পত্ৰ ৰাজ্যপালৰ ওচৰত দাখিল কৰি চৰকাৰ গঠনৰ দাবী জনায় ।

ফাড়নাভিছে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰি কয়, “মই প্ৰধানমন্ত্ৰী, বিজেপি প্ৰধান জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতি কৃতজ্ঞ । মই ৰামদাস আঠৱালে, ৰাজনাথ সিং আৰু নীতিন গাডকাৰীৰ প্ৰতিও কৃতজ্ঞ। লগতে মই মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ প্ৰতিও কৃতজ্ঞ ।”

ইতিমধ্যে মুম্বাই ট্ৰেফিক পুলিচে চহৰখনত ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰু যান-জঁটৰ সমস্যা নোহোৱাকৈ সুচল যাতায়ত ব্যৱস্থাৰ বাবে নিষেধাজ্ঞা জাৰি কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Azad MaidanCM swearing in ceremonyDevendra FadnavisMaharashtra CMমহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীমুখ্যমন্ত্ৰী একনাথ শিণ্ডে
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী
India

September 29, 2026
Meghalaya Fire:শিলচৰ-শ্বিলং সংযোগী মেঘালয়ৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা
National

J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

September 25, 2026
Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ
International

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

September 24, 2026
CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d