কৰ’নাত আক্ৰান্ত যুৱনেতা ৰাহুল গান্ধী

809523 rahul gandhi 1

যুৱনেতা ৰাহুল গান্ধীৰ দেহত পোৱা গৈছে কৰ’নাৰ অৱস্থিতি ।কৰ’না সংক্ৰমণ হোৱা কথা নিজে টুইটাৰ যোগে জানিবলৈ দিয়ে ৰাহুলে গান্ধীয়ে।

তেওঁ লিখিছে যে যোৱা কেইদিনমানৰ পৰা সৰু সৰু লক্ষণ তেওঁৰ শৰীৰত দেখা গৈছে। তাৰ পাছতে তেওঁ ক’ভিড পৰীক্ষা কৰে আৰু তেওঁৰ ৰিপৰ্ট পজিটিভ আহে।

কংগ্ৰেছ লোকসভাৰ সাংসদজনে অনুৰোধ জনাইছে যে যিসকলে যোৱা কেইদিনমানত তেওঁৰ সংস্পৰ্শলৈ আহিছে তেওঁলোকে কৰ’না পৰীক্ষা কৰাব লাগে।

Exit mobile version