★চফ গুটি নিয়মীয়াকৈ খালে কোষ্ঠকাঠিন্য দূৰ হয়।
ADVERTISEMENT
★ওজনো হ্ৰাস হোৱাত সহায়ক হয় চফ গুটি।
★ এজমা বা ব্ৰংকাইটিছ ৰোগীয়ে খালে সুফল পাব পাৰে।
★ পানীলগা, কফ আদি হ’লে মৌৰ লগত খালে উপকাৰ পোৱা যায়।
★ আহাৰ খোৱাৰ পিছত পেটত গেছ অনুভৱ হ’লে চফগুটি খালে তৎক্ষাণাৎ উপশম হয়।
★ মাহেকীয়া ঋতুস্ৰাৱ নিয়মীয়া কৰাত সহায়ক হয় চফ গুটি।
★পেটৰ বিষ হ্ৰাস কৰাতো সহায়ক হয়।
★ চফ গুটিত এণ্টিছেপ্টিক গুণো আছে ।
★চফ গুটিত কেলছিয়াম, আইৰন, মেংগানিজ আদি লৱণসমূহ আছে, যি আমাৰ শৰীৰত হাড়, ছাল, চুলি সুস্থ ৰখাত সহায় কৰে।