মাস্কমুক্ত ইজৰাইল

F210418YS25 2

বিশ্বৰ ভিতৰতে ক’ভিড টিকাকৰণত অন্যতম সফলতা লাভ কৰিছে ইজৰাইলে । দেশখনে মাস্কৰ বিধিও প্ৰত্যাহাৰ কৰিছে । oorworldindata.org নামৰ ৱেবছাইটৰ মতে ইজৰাইলৰ ৬১.৮৯ শতাংশই ক’ভিড ভেকচিনৰ অন্ততঃ এটা পালি লাভ কৰিছে ।

২০২০ৰ শেষৰফালে ফাইজাৰ আৰু মডাৰ্নাৰ পৰা প্ৰচুৰ ভেকচিন ক্ৰয় কৰে ইজৰাইলে । যাতে নাটনি নহয় ।

১৮ এপ্ৰিলত বিগত এবছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে ইজৰাইলবাসীয়ে মাস্ক নিপিন্ধাকৈ ঘৰৰ বাহিৰত ভৰি থৈছে । মুকলি ঠাইত মাস্ক পৰিধান নকৰিলেও হ’ব দেশখনত ।

Exit mobile version