Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস

    Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু

    Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

    অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কাজলগাঁৱৰ ষ্ট্ৰং ৰুমৰ নিৰাপত্তা পৰিস্থিতিৰ বুজ ল’লে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে

publisher by publisher
April 23, 2021
in Assam, India, News
Reading Time: 1 min read
0
কাজলগাঁৱৰ ষ্ট্ৰং ৰুমৰ নিৰাপত্তা পৰিস্থিতিৰ বুজ ল’লে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে
2
SHARES
23
VIEWS
ShareShareShareShare

চিৰাঙৰ কাজলগাঁওস্থিত ৩১ নং চিদলী বিধানসভা সমষ্টীৰ ষ্ট্ৰং ৰুমৰ নিৰাপত্তা পৰিস্থিতিৰ বুজ লয় অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান এল আৰ বিষ্ণৈয়ে ।

ADVERTISEMENT

আজি দুপৰীয়া আৰক্ষী সঞ্চালক প্ৰধানজনে চিৰাং জিলা উপায়ুক্ত তথা নিৰ্ব্বাচনি বিষয়া(ৰিটাৰ্ণীং বিষয়া) গৌতম তালুকদাৰ, জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ সহযোগত কাজলগাঁৱৰ স্থায়ী ষ্ট্ৰং ৰুম পৰিদৰ্শন কৰে। তাৰ পাছতে সংবাদ মাধ্যমক জনায় যে, ষ্ট্ৰং ৰুমৰ নিৰাপত্তা তিনি তৰপীয়া ইয়াৰোপৰি চিচি কেমেৰা আছে । অসম আৰক্ষীৰ লগতে ৰাজনৈতিক দলৰ প্ৰতিনিধি, অগ্নিনিৰ্ব্বাপক বাহিনীৰ লোক,‌ দণ্ডাধীশো নিয়োজিত আছে এই ষ্ট্ৰং ৰুমৰ নিৰাপত্তাত । সকলোৰে স’তে মতবিনিময় কৰাৰ বিষয়েও জনায় বিষ্ণৈয়ে।

RelatedPosts

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

ৰুনিখাতা বন কাৰ্যালয় আক্ৰমণ কাণ্ডঃ ২৩ এপ্ৰিলত দণ্ডাধিশ পৰ্যায়ৰ শুনানি

তেওঁ লগতে কয় যে, উগ্ৰপন্থি সংগঠনৰ কুটাঘাতৰ বিষয়ে কোনো তথ্য নাই যদিও এই বিষয়ে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। ভোট গণণাৰ দিনাখনৰ বাবে ক’ভিডৰ বাবে নিয়ম নীতিসমূহ কটকটীয়াভাৱে কৰা হৈছে। এই ক্ষেত্ৰত অসম চৰকাৰৰ সকলো ধৰণৰ নীতি নিৰ্দেশনা আহি আছে আৰু তেওঁলোকে জনসাধাৰণক সজাগ কৰিবলৈ চেষ্টা কৰিছে বুলিও জনায়।

চিৰাং জিলা উপায়ুক্তই ভোট গণনা সন্দৰ্ভত বিতং তথ্য জনোৱাৰ লগতে জিলাখনত ক’ভিডৰ শেহতীয়া তথ্যও প্ৰকাশ কৰে। জিলাখনত সক্ৰীয় ক’ভিড ৰোগীৰ সংখ্যা এশ অতিক্ৰম কৰিলে জিলাখনত প্ৰাথমিক শিক্ষা বন্ধ কৰাৰ লগতে অসম চৰকাৰৰ সকলো নীতি নিৰ্দেশনা মানি লোৱা হ’ব বুলি জনায় ।

জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে জিলাখনৰ নিৰাপত্তা, ষ্ট্ৰং ৰুমৰ নিৰাপত্তা আৰু ভোটগণনা সন্দৰ্ভত বিতংভাৱে জনায়। জিলাখনৰ কাজলগাঁৱত চিদলী সমষ্টীৰ ষ্ট্ৰং ৰুম আৰু বিজনী কলেজত বিজনী সমষ্টীৰ ষ্ট্ৰং ৰুমৰ বিষয়ে জনোৱাৰ লগতে ভোটগণনাৰ দিনা ল’বলগীয়া সতৰ্কতা সন্দৰ্ভতো সংবাদ মাধ্যমক জনায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamCHIRANG
publisher

publisher

Related Posts

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

April 25, 2026
Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ
News

Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

April 25, 2026
বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস
India

বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস

April 25, 2026
Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু
News

Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু

April 25, 2026
Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি
News

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

April 25, 2026
অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম
News

অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d