ৰেমডেচিভিৰ উৎপাদন হ’ব অসমত

● পলাশবাৰী ছান ফাৰ্মাত উৎপাদন কৰা হ’ব ক’ভিড ভেকচিন ৰেমডেচিভি ।
● ৰাজ্যখনক ১০ হেজাৰ ভেকচিন প্ৰদান কৰিব কোম্পেনীটোৱে ।
● জৰুৰীকালীন পৰিস্থিতিত চৰকাৰী মূল্যতে প্ৰদান কৰিব ভেকচিন ।
● উৎপাদন ক্ষেত্ৰ পৰিদৰ্শন কৰিলে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।

Exit mobile version