Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    তেজপুৰৰ মিছন চাৰিআলিৰ উৰণীয়া সেতুৰ নিৰ্মাণ: ঠিকাদাৰ প্ৰতিষ্ঠানৰ মইমতালিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণক

    খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ

    পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

    স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

    ৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

P.T.Usha And Sarbananda Sonowal :যশস্বী দৌৰবিদ পিটি ঊষাৰ স’তে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ৫৬তম বিশ্ববিদ্যালয় সপ্তাহৰ শুভাৰম্ভণি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ

বিশ্বৰ বুকুত আমাৰ স্থিতি আৰু পৰিচয় শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ শিক্ষাৰ সমান্তৰালকৈ সংস্কৃতি, গৱেষণা, ক্রীড়া আদি ক্ষেত্রতো যুৱশক্তিয়ে সফলতা বুটলিব লাগিব: সোণোৱাল

publisher by publisher
March 3, 2025
in Assam, India, News
Reading Time: 2 mins read
0
P.T.Usha And Sarbananda Sonowal :যশস্বী দৌৰবিদ পিটি ঊষাৰ স’তে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ৫৬তম বিশ্ববিদ্যালয় সপ্তাহৰ শুভাৰম্ভণি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

Dibrugarh:ডিব্ৰুগড়ত প্ৰশান্ত ফুকনৰ হৈ বৃহৎ ৰেলীত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সবানন্দ সোণোৱালৰ

উজনিৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৰ্তুবিংশতিতম সমাৱর্তন

Dibrugarh university :ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সভাক আলোচনালৈ আমন্ত্ৰণ কৰি অপমান শিক্ষামন্ত্ৰীৰ

P.T.Usha And Sarbananda Sonowal :

কেন্দ্রীয় মন্ত্রী তথা ডিব্রুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱাল আৰু ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি তথা যশস্বী দৌৰবিদ পি টি ঊষাই ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ৫৬তম বিশ্ববিদ্যালয় সপ্তাহৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু পেৰেডৰ অভিবাদন গ্রহণ কৰি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্রীসকলক শুভেচ্ছা জ্ঞাপন কৰে।

ADVERTISEMENT

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি ভাষণ প্রসংগত কয়, “পোনপ্রথমে মই ডিব্রুগড় বিশ্ববিদ্যালয় পৰিয়ালৰ আটাইকে এই বিশ্ববিদ্যালয় সপ্তাহ আয়োজন কৰাৰ বাবে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। আজি ভাৰতৰ ক্ৰীড়া জগতৰ আদৰ্শ, বিশ্বপ্ৰসিদ্ধ এথলীট তথা ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি উষা আমাৰ মাজত উপস্থিত আছে। ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ক্ৰীড়া বিভাগৰ উৎকৰ্ষ সাধনত পি টি উষাই বিশেষ সহায়ৰ হাত আগবঢ়াব বুলি মই দৃঢ় বিশ্বাসী। মই তেখেতক বিশ্ববিদ্যালয়খনৰ সুন্দৰ চৌহদলৈ আদৰণি জনাইছোঁ। আমি সকলোৱে আজি অনুভৱ কৰিছোঁ যে বিশ্বৰ বুকুত আমাৰ স্থিতি আৰু পৰিচয় শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ হ’লে শিক্ষাৰ সমান্তৰালকৈ সংস্কৃতি, গৱেষণা, ক্রীড়া আদি ক্ষেত্রতো সফলতাৰ খতিয়ান দিব লাগিব। তাৰ বাবে আমি নিজকে প্ৰস্তুত কৰি তুলিব লাগিব। এই যুগটো বুদ্ধিমত্তাৰ, তীব্র প্ৰযুক্তিৰ যুগ।

প্ৰতিটো বিষয়বস্তুৰ ক্ষেত্ৰত আমাৰ যোগ্যতা, দক্ষতা, দৃঢ়তা কৰ্মৰ যোগেদি আমি প্রতিফলন ঘটাব পাৰিব লাগিব। একবিংশ শতিকাত বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ প্ৰভাৱ আমি নুই কৰিব নোৱাৰোঁ। জীৱনত উন্নতি কৰিবলৈ হ’লে আমি প্ৰযুক্তিৰ সহায় ল’বই লাগিব। কিন্তু তাৰ সমান্তৰালকৈ আমি আমাৰ সাতামপুৰুষীয়া সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক মূল্যবোধকো জীয়াই ৰাখিব লাগিব, য’ত থাকিব লাগে শ্রদ্ধা, ভক্তি, মৰম-চেনেহ আৰু আন্তৰিকতা। য’ত থাকিব শান্তি, সমন্বয় আৰু ভাতৃত্ববোধ। এই সমন্বয় আৰু ভাতৃত্ববোধ অলিম্পিককে ধৰি দেশ-বিদেশৰ বিভিন্ন আগশাৰীৰ ক্ৰীড়া প্রতিযোগিতাত আমি দেখিবলৈ পাওঁ। ডিব্রুগড় বিশ্ববিদ্যালয়তো প্ৰতিভাৰ অভাৱ নাই।

তেখেতসকলক উলিয়াই অনাৰ দায়িত্ব বিশ্ববিদ্যালয় কর্তৃপক্ষৰ তথা ছাত্ৰ একতা সভাৰ। মই প্রাক্তন ছাত্র হিচাপে এইখন বিশ্ববিদ্যালয়লৈ আহিলে সদায় আনন্দিত আৰু নষ্টালজিক হওঁ। ইয়াৰ শিক্ষাৰ্থীসকলে প্রতিকূল বতৰতো ইমান দৃঢ়ভাৱে ইয়াত থিয় হৈ আছে, মই দেখি অভিভূত হৈ পৰিছোঁ। এই দৃঢ়তাৰ বাবেই এদিন আপোনালোক জীৱনৰ বাটত সফল হ’ব পাৰিব। মনোবল সুদৃঢ় হ’লে প্রতিকূল পৰিস্থিতিকো নেওচি আগুৱাব পাৰি। ইয়াৰ জ্বলন্ত উদাহৰণ হিচাপে আমাৰ মাজত আজি পি টি উষা উপস্থিত আছে। সুদূৰ কেৰেলাৰ পৰা আহি আমাৰ মাজত উপস্থিত হোৱাৰ বাবে মই তেখেতক পুনৰবাৰ ধন্যবাদ জনাইছোঁ।”

সোণোৱালে আজি কয়, “কিছু তথ্য মই আমাৰ ছাত্ৰ-ছাত্রীসকলক উদ্দেশ্যি দিবলৈ বিচাৰিছোঁ। বিগত পেৰিছ অলিম্পিকত বিশ্বৰ বিভিন্ন ঠাইৰ বিশ্ববিদ্যালয়ৰ শিক্ষার্থীসকলে খেলুৱৈ হিচাপে নিজৰ দেশক প্রতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিছিল। তাৰ ভিতৰত আমেৰিকাৰ ষ্টেনফোর্ড বিশ্ববিদ্যালয়ৰ পৰাই দেশক প্রতিনিধিত্ব কৰি সর্বমুঠ ৩৯টা পদক লাভ কৰিছিল। যদি আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এয়া কৰিব পাৰে, তেন্তে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে কৰিব নোৱাৰাৰ প্রশ্নই নাহে। আপোনালোকে সূৰ্যৰ দৰে জিলিকি লুইতৰ পাৰ জিলিকাওক তাৰেই কামনা কৰিলোঁ। শিক্ষা, ক্রীড়া, সংস্কৃতি  এই তিনি গুৰুত্বপূৰ্ণ দিশক অগ্রাধিকাৰ দি যুৱশক্তিয়ে এখন সুস্থ-সবল সমাজ গঢ়াত আগভাগ ল’ব লাগিব। যুৱশক্তি আমাৰ দেশৰ মহাশক্তি। জ্ঞান অন্বেষণৰ সমান্তৰালকৈ সৃষ্টিশীলতা, উদ্ভাৱনত গুৰুত্ব দি নিজৰ সুপ্ত প্রতিভা বিকাশেৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত দেশৰ প্ৰগতিৰ অনিৰুদ্ধ যাত্ৰাক শক্তিশালী ৰূপত আগুৱাই নিবলৈ যুৱবন্ধুসকলক আহ্বান জনালোঁ।”

আজিৰ এই অনুষ্ঠানত উপস্থিত আছিল ডিব্রুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য জিতেন হাজৰিকা, পঞ্জীয়ক পৰমানন্দ সোণোৱাল, অসম পেট্র’কেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সভাপতি যুগল কিশোৰ গগৈ, সাধাৰণ সম্পাদক লেনিছ মিলি প্রমুখ্যে গন্যমান্য ব্যক্তিসকল ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 56th Versity WeekDibrugarh UniversityP t UshaSarbananda Sonowal
publisher

publisher

Related Posts

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন
Assam

October 1, 2026
তেজপুৰৰ মিছন চাৰিআলিৰ উৰণীয়া সেতুৰ নিৰ্মাণ: ঠিকাদাৰ প্ৰতিষ্ঠানৰ মইমতালিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণক
Assam

তেজপুৰৰ মিছন চাৰিআলিৰ উৰণীয়া সেতুৰ নিৰ্মাণ: ঠিকাদাৰ প্ৰতিষ্ঠানৰ মইমতালিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণক

October 1, 2026
খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ
Assam

খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ

October 1, 2026
পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়
Assam

পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

October 1, 2026
স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য
Assam

স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

October 1, 2026
৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে
Assam

৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d