Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

    মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

    মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Abu Dhabi:সংযুক্ত আৰৱ আমিৰাতত ভাৰতীয় মহিলাক মৃত্যুদণ্ড !

publisher by publisher
March 3, 2025
in International, News
Reading Time: 2 mins read
0
Abu Dhabi:সংযুক্ত আৰৱ আমিৰাতত ভাৰতীয় মহিলাক মৃত্যুদণ্ড !
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

মাজ আকাশত আতংক! টেক অফৰ কিছু সময়ৰ পাছতে বিমানত ধৰা পৰে যান্ত্ৰিক ত্ৰুটি

Abu Dhabi:

সংযুক্ত আৰৱ আমিৰাতৰ আবু ধাবিত চাৰিমহীয়া শিশুক হত্যাৰ অভিযোগত মৃত্যুদণ্ড প্ৰাপ্ত ৩৩ বছৰীয়া ভাৰতীয় মহিলা শ্বাহজাদী খানৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰা হৈছে । আজি সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ক এই কথা অৱগত কৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে । এনডিটিভিৰ তথ্য অনুসৰি ভাৰতৰ উত্তৰ প্ৰদেশৰ বাণ্ডা জিলাৰ বাসিন্দা শ্বাহজাদী খানক সংযুক্ত আৰব আমিৰশ্বাহীৰ আইন আৰু নিয়মৰ অধীনত মৃত্যুদণ্ড কাৰ্যকৰী কৰা হৈছে ।

ADVERTISEMENT

ভাৰতৰ অতিৰিক্ত ছলিচিটৰ জেনেৰেল চেতন শৰ্মাই কয় যে আবুধাবিত থকা ভাৰতীয় দূতাবাসে ২৮ ফেব্ৰুৱাৰীত শ্বাহজাদীক ফাঁচী দিয়াৰ কথা আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছে। লগতে ভাৰত কৰ্তৃপক্ষই সকলো ধৰণৰ সহায় আগবঢ়াইছে আৰু পাঁচ মাৰ্চত শ্বাহজাদীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ হোৱাৰ কথাও উল্লেখ কৰে।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি শ্বাহজাদী খান আবুধাবিৰ আল ৱাথবা কাৰাগাৰত বন্দী হৈ আছিল। তেওঁৰ তত্বাৱধানত থকা এটি শিশুৰ মৃত্যুৰ অপৰাধত তেওঁক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। শ্বাহজাদীৰ পিতৃ শ্বব্বিৰ খানে দাখিল কৰা আবেদনত কোৱা হৈছে যে ২০২১ চনৰ ডিচেম্বৰ মাহত তেওঁৰ কন্যাই বৈধ ভিছাৰে আবুধাবিলৈ গৈছিল। ২০২২-আগষ্টত, তেওঁৰ নিয়োগকৰ্তাই এটা পুত্ৰ সন্তান জন্ম দিয়ে। তাৰ পাছতে শ্বাহজাদীক শিশুটোৰ চোৱাচিতা কৰিবলৈ নিযুক্ত কৰা হয়।

২০২২ চনৰ সাত ডিচেম্বৰত, নিয়মীয়া টিকাকৰণ প্ৰাপ্ত কৰাৰ পাছতে শিশুটোৰ মৃত্যু হয়। আৱেদন অনুসৰি, ২০২৩ চনৰ ডিচেম্বৰত এটা ভিডিঅ’ ৰেকৰ্ডিং মুকলি কৰা হৈছিল। এই ভিডিঅ’টোত শ্বাহজাদী খানে শিশুটোক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে বুলি দাবী কৰা হৈছে। অৱশ্যে তেওঁৰ পৰিয়ালে অভিযোগ কৰিছিল যে স্বীকাৰোক্তিটো বলপূৰ্বক অত্যাচাৰৰ জৰিয়তে লোৱা হৈছিল। শ্বাহজাদীৰ পৰিয়ালে অভিযোগ কৰে যে তেওঁক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰা হৈছিল।

ইফালে, শিশুটোৰ পিতৃ-মাতৃয়ে তেওঁৰ মৃত্যুৰ পাছত মৰণোত্তৰ পৰীক্ষা কৰিবলৈ অস্বীকাৰ কৰে। শ্বাহজাদীৰ পৰিয়ালে অভিযোগ কৰে যে ভাৰতীয় দূতাবাসে শ্বাহজাদীক আইনী সাহায্য আগবঢ়াইছিল যদিও তেওঁক হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিবলৈ বাধ্য কৰাইছিল। ইয়াৰ উপৰিও শ্বাহজাদীক দিয়া আইনী সাহায্য পৰ্যাপ্ত নহয় বুলিও অভিযোগ উত্থাপন হয়।

২০২৩ চনৰ ছেপ্টেম্বৰ মাহত শ্বাহজাদীৰ আবেদন খাৰিজ কৰা হয় আৰু ২০২৪ চনৰ ২৮ ফেব্ৰুৱাৰীত তেওঁৰ মৃত্যুদণ্ড বাতিল কৰা হয়। তাৰ পাছত ২০২৪ চনৰ মে’ মাহত শ্বব্বিৰ খানে নতুন ‘দয়াৰ আবেদন’ দাখিল কৰে। ১৪ ফেব্ৰুৱাৰীত শ্বাহজাদীয়ে তেওঁক কাৰাগাৰৰ পৰা ফোন কৰি জনাই যে তেওঁৰ মৃত্যুদণ্ড শীঘ্ৰে কাৰ্যকৰী হ’ব পাৰে।

এনে পৰিস্থিতিত ২০ ফেব্ৰুৱাৰীত শ্বব্বিৰ খানে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক কন্যাৰ আইনী মৰ্যাদা আৰু স্বাস্থ্যৰ বিষয়ে জানিবলৈ আনুষ্ঠানিকভাৱে অনুৰোধ জনায় যদিও কিন্তু তেওঁ কোনো আপডেট নাপালে। ভাৰতীয় আদালতে এই ঘটনাক ‘দুখজনক আৰু দুৰ্ভাগ্যজনক’ বুলি মন্তব্য কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Abu Dhabiindian Women Sentenced To Death
publisher

publisher

Related Posts

চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া
India

October 18, 2026
মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ
India

মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

October 18, 2026
মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d