Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

    বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

    জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

More than 6,000 candidates did not sit for the HSLC examination:ঝুমইৰ বিনন্দিনী’ত অংশগ্ৰহণৰ বাবে মেট্রিকত অৱতীৰ্ণ নহ’ল ছয় সহস্রাধিক

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাই অৱতীৰ্ণ নহ'ল ৬,৭৫৬ গৰাকী ছাত্র-ছাত্রী,অনুপস্থিত বৃহৎ সংখ্যকেই বাগিচাৰ চৰম দুর্ভাগ্যজনক ঘটনা আখ্যা ছাত্র সংগঠনৰ,অনুষ্ঠানৰ সময় সলনিৰ আহ্বানকো গুৰুত্ব নিদিলে চৰকাৰে

publisher by publisher
March 3, 2025
in Assam, India, News
Reading Time: 2 mins read
0
More than 6,000 candidates did not sit for the HSLC examination:ঝুমইৰ বিনন্দিনী’ত অংশগ্ৰহণৰ বাবে মেট্রিকত অৱতীৰ্ণ নহ’ল ছয় সহস্রাধিক
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

ASSEC:পিছুৱাই দিয়া হ’ল মেট্ৰিক,উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ সময়সূচী

HSLC Examination:ৰাজ্যত কাইলৈৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা

MLA Akhil Gogoi:ঝুমইৰ বিনন্দিনীত ভাগ লোৱাৰ বাবে ৬,০০০ পৰীক্ষার্থীয়ে নিদিলে মেট্ৰিক পৰীক্ষা

More than 6,000 candidates did not sit for the HSLC examination:

ৰাষ্ট্ৰীয় শিক্ষানীতিৰ নিয়ম অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা (মেট্রিক)ত কেতবোৰ সাল-সলনি ঘটিলেও ইয়াৰ গুৰুত্ব অপৰিসীম। এই পৰীক্ষাটোতে এইবাৰ প্রায় সাত হেজাৰ ছাত্র-ছাত্রী অৱতীর্ণ নহ’ল। বিদ্যালয় শিক্ষা বিভাগৰ অধীনৰ এই পৰীক্ষাত বিভিন্ন এৰাব নোৱাৰা কাৰণত প্রতি বছৰে ন্যূনতম সংখ্যক পৰীক্ষার্থী অৱতীৰ্ণ নোহোৱাটো এক স্বাভাৱিক প্রক্রিয়া।

ADVERTISEMENT

এইবাৰৰ অনুপস্থিতিহে স্বয়ং শিক্ষা বিভাগৰ বাবেই উদ্বেগৰ বিষয় হৈ পৰিছে। বিভাগৰ পৰা তাৎক্ষণিকভারে চলোৱা পর্যালোচনাত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য; অথচ সেই তথ্য বিভাগটোৱে আনুষ্ঠানিকভাবে প্রকাশো কৰিব নোৱাৰা পৰিস্থিতিৰ উদ্ভৱ হৈছে। যোৱা ১৫ ফেব্ৰুৱাৰীৰ পৰা এইবাৰৰ মেট্ৰিক আৰম্ভ হয়। স্বয়ং শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সদৰী কৰা অনুসৰি, প্ৰথম দিনাই পৰীক্ষাত অবতীর্ণ নহ’ল ৬,৭৫৬ গৰাকী পৰীক্ষাৰ্থী।

এই সংখ্যাই ৰাজ্যৰ শিক্ষা খণ্ডটো প্রকৃততে কিদৰে চলিছে, তাকে লৈয়ো উদ্বেগৰ সৃষ্টি কৰিছে । পৰীক্ষাত অৱতীর্ণ নোহোৱাৰ ফলত সংশ্লিষ্ট ছাত্র-ছাত্রীসকল উত্তীর্ণ নোহোৱাটোও নিশ্চিত হৈ পৰে। শিক্ষা বিভাগে তাৎক্ষণিকভাৱে চলোৱা অনুসন্ধানত পোহৰলৈ আহে যে পৰীক্ষাত অৱতীৰ্ণ নোহোৱাসকলৰ ভিতৰত ছাত্ৰীৰ সংখ্যাই অধিক। তেওঁলোকৰ ঘৰ ৰাজ্যৰ বিভিন্ন চাহ বাগিচাত।

সেইসকল ছাত্ৰীৰ বহুতেই যোৱা ২৪ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানত অংশগ্ৰহণ কৰে। আন একাংশই গুৱাহাটীৰ অনুষ্ঠানত ভাগ ল’ব নোৱাৰিলেও স্থানীয়ভাৱে আখৰাত অংশগ্ৰহণ কৰিছিল। তাৰ ফলত প্রস্তুতিত অসুবিধা হোৱাত পৰীক্ষাত অৱতীৰ্ণ নহ’ল।

উল্লেখ্য যে মেট্ৰিকৰ লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মাজতে ঝুমইৰ প্ৰদৰ্শনৰ কাৰ্যসূচী চৰকাৰে গ্ৰহণ কৰাক লৈ একাধিক আদিবাসী সংগঠনে উদ্বেগ প্রকাশ কৰিছিল; কিন্তু তেওঁলোকৰ উদ্বেগক কৰ্ণপাতেই নকৰিলে চৰকাৰে। অথচ বাগিচাত শিক্ষাৰ বিস্তাৰৰ বাবে চৰকাৰে নানান আঁচনি ঘোষণা কৰি আহিছে । শিক্ষক থাককেই বা নাথাকক, আদর্শ বিদ্যালয়ো স্থাপন কৰিছে।

শোণিতপুৰ জিলা আদিবাসী ছাত্র সন্থা (আছা)ৰ সভাপতি অমৰজিৎ কেৰ্কেটাই কয় যে তেওঁলোকে ঝুমইৰক লৈ চৰকাৰৰ উদ্যোগক ধন্যবাদ জনাইছে। এই বুলি পৰীক্ষাৰ্থীৰ কথা বিবেচনা নকৰাকৈ পৰীক্ষাৰ সময়তে ইয়াক অনুষ্ঠিত কৰাটো যুক্তিসংগত নহয়। শিক্ষার্থীসকলৰ সোণালী ভবিষ্যতক বিপদৰ সন্মুখীন কৰি কেৱল সাংস্কৃতিক প্ৰদৰ্শনক চৰকাৰে অগ্ৰাধিকাৰ দিছে।

বাগিচাৰ শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত চৰকাৰৰ এই সিদ্ধান্ত এক প্রচণ্ড আঘাত স্বৰূপ। ঝুমইৰত অংশ লোৱাৰ বাবে বহু ছাত্র-ছাত্রীয়ে পৰীক্ষাত বহিব নোৱাৰা বুলি সভাপতিজনে সদৰী কৰে। তেওঁ লগতে কয় যে আদিবাসী সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰৰ নামত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনত আঘাত হনাটো কোনো কাৰণতে গ্রহণযোগ্য নহয়। উল্লেখ্য যে সংগঠনটোৱে ঝুমইৰ বিনন্দিনীৰ সময়সূচী সলনিৰ দাবী জনাইছিল। সেই দাবীক চৰকাৰে গ্রাহ্যই নকৰিলে।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সন্মুখত ঝুমইৰ প্ৰদৰ্শনত অগ্রাধিকাৰ দিয়া চৰকাৰৰ বাবে মেট্ৰিক পৰীক্ষা গৌণ হোৱাটো শিক্ষা খণ্ডৰ বাবে স্বাভাৱিকতে উদ্বেগৰ বিষয়। চৰকাৰৰ বাবেই যিহেতু শিক্ষা খণ্ডত মাধমাৰ পৰে, গতিকে পৰীক্ষাত বৃহৎ অনুপস্থিতিৰ কাৰণ শিক্ষা বিভাগে ৰাজহুৱাকৈ প্ৰকাশ কৰিব নোৱাৰাটোও এটা স্বাভাৱিক বিষয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: HSLC Exam 2025HSLC ExaminationJhumur binandiyaTea Tribes Community
publisher

publisher

Related Posts

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই
International

ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

September 26, 2026
তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ
Assam

তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

September 26, 2026
বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা
Assam

বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

September 26, 2026
জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল
India

জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

September 26, 2026
জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ
India

জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d