বলিউডৰ বর্ষীয়ান অভিনেতা ৰণধীৰ কপুৰক মুম্বাইৰ ককিলাবেন হাস্পতালত ভর্তি কৰােৱা হৈছে। প্রকাশিত বাতৰি অনুসৰি ৭৪ বছৰীয়া বয়সৰ অভিনেতাজন ক’ভিড-১৯ত সংক্রমিত হৈছে।
ADVERTISEMENT
অৱশ্যে কপুৰ পৰিয়ালে এতিয়ালৈকে ৰণধীৰৰ অসুস্থতাৰ সন্দৰ্ভত কোনাে তথ্য ৰাজহুৱা কৰা নাই। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক বাতৰি অনুসৰি, কৰ’নাৰ লক্ষণ প্রকট হােৱাত বয়সৰ প্রতি লক্ষ্য ৰাখি পৰিয়ালৰ লােকে ৰণধীৰক চিকিৎসালয়ত ভর্তি কৰে।