চিৰাঙৰ অগ্ৰং মানাহত অস্ত্ৰ উদ্ধাৰ

WhatsApp Image 2021 05 08 at 6.06.47 PM

যোৱা নিশা ১৫নং বেটেলিয়ন এচএচবি, চিআৰপিএফ আৰু আৰক্ষীৰ যৌথ অভিযানত জিলাখনৰ উত্তৰাঞ্চলৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ অগ্ৰঙৰ পৰা অভিযান চলাই হস্থনিৰ্মিত একে চিৰিজৰ ৰাইফল এটা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

মাটীত পুতি থোৱা আছিল মাৰনাস্তটো। এই সন্দৰ্ভত কোনো লোকক গ্ৰেপ্তাৰ কৰা নাই যদিও আৰক্ষীৰ অভিযান অব্যাহত আছে।

Exit mobile version