Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    SC Rejects TMC Plea:সৰ্বোচ্চ ন্যায়ালয়ত মুখথেকেচা তৃণমূল কংগ্ৰেছৰ

    নিজৰ সন্তানক কিদৰে পালন কৰিব মাতৃয়ে?

    নিজৰ সন্তানক কিদৰে পালন কৰিব মাতৃয়ে?

    মাথোঁ এক লিটাৰ ইথানল উৎপাদনৰ বাবে প্রয়োজন হ’ব ১০ হেজাৰ লিটাৰ পানী

    Six people were killed in a road accident in Telangana:হায়দৰাবাদত মৰ্মান্তিক দুৰ্ঘটনা, ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা চাৰিচকীয়া বাহনৰ

    পাকিস্তানত উদ্ধাৰ হোৱা ১৫শ বছৰ পুৰণি সংস্কৃতৰ মোহৰৰ তত্ত্বোদ্ধাৰ

    ছটা শিতানত কেন্দ্রই আবণ্টন দিয়া বৃহৎ পৰিমাণৰ পুঁজি ব্যয় কৰিব নোৱাৰিলে অসম চৰকাৰে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

শিশুৰ মাজত বাঢ়িছে ক’ভিড সংক্ৰমণ

কেতবােৰ উপসৰ্গৰ প্ৰতি ৰাখিব লাগিব দৃষ্টি

publisher by publisher
May 16, 2021
in COVID-19, Health, Lifestyle
Reading Time: 1 min read
0
শিশুৰ মাজত বাঢ়িছে ক’ভিড সংক্ৰমণ
8
SHARES
84
VIEWS
ShareShareShareShare

কৰ’নাৰ দ্বিতীয় টৌত সমগ্ৰ দেশৰ অৱস্থা কাহিল হৈছে। এই বছৰ ৰেহাই পােৱা নাই শিশুসকলেও। শিশুৰ মাজতাে বৃদ্ধি পাইছে সংক্রমণ। চিকিৎসকসকলে বাৰে বাৰে কৈ আহিছে যে ক’ভিডৰ কাৰণে শিশুসকল অতি গুৰুতৰভাৱে অসুস্থ হৈ পৰা নাই। তথাপি সকলাে প্ৰকাৰে সতর্ক হৈ থকাটো জৰুৰী বুলি চিকিৎসকে কৈছে। শিশুৰ মাজত সাধাৰণতে মৃদু উপসর্গ দেখা গৈছে। সেইবােৰক অধিকাংশ অভিভাৱকে প্রথমে ক’ভিডৰ উপসর্গ বুলি বুজিবই পৰা
নাই।

ADVERTISEMENT

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

পেটৰ বিষ

এই বছৰ ৰূপ পৰিৱর্তিত ভাইৰাছৰ সংক্ৰমণৰ অন্যতম উপসর্গ হৈছে পেটৰ সমস্যা। শিশুৰ মাজতাে সেয়া দেখা গৈছে। হঠাৎ পেট ফুলি উঠা, পেটৰ বিষ, হজনৰ
সমস্যা, পেট গধূৰ লগা আদিবােৰাে ক’ভিডৰ উপসর্গ হ’ব
পাৰে। সন্তানে যদি হঠাৎ খাবলৈ নিবিচৰা হয় তথা ভােক নলগাৰ অভিযােগ কৰে, তেতিয়াও সতর্ক হােৱা উচিত।

ডায়েৰিয়া

শিশুৰ মাজত বমি আৰু অতি বেছিকৈ পেট বেয়া হােৱাৰ লক্ষণ থাকিলেও সাৱধান হােৱা উচিত। শিশুৰ ক’ভিড সংক্রমণৰ অন্যতম উপসর্গ হৈছে ডায়েৰিয়া।

জ্বৰ

জ্বৰ হৈছে বেছিভাগ ভাইৰেল ৰােগৰ অন্যতম উপসর্গ। অৱশ্যে ক’ভিডৰ কাৰণে জ্বৰ হ’লে লগতে কঁপনি, ক্লান্তি ভাবাে দেখা গৈছে। সেয়ে সতর্ক হৈ থকা ভাল। সচৰাচৰ শিশুৰ কিছু বেছি জ্বৰ হ’বই পাৰে। কেতিয়াবা শৰীৰৰ
তাপমাত্রা ১০২ ডিগ্রী পর্যন্ত হ’ব পাৰে। অৱশ্যে সচৰাচৰ দুই-তিনি দিনৰ ভিতৰতে এই জুৰ ভাল হােৱা দেখা গৈছে। অৱশ্যে সন্তানৰ জ্বৰ যদি পাঁচ দিনৰ বেছিলৈকে থাকে, তেন্তে ততালিকে চিকিৎসকৰ স’তে যােগাযােগ কৰিব লাগে।

কাহ-ঠাণ্ডা লগা

প্রাপ্তবয়স্কসকলৰ তুলনাত শিশুৰ মাজত ক’ভিডৰ বাবে হাঁওফাঁওৰ সংক্ৰমণৰ কথা বৰ বেছি শুনা নাই। অৱশ্যে ঠাণ্ডা লগা, অনর্গল কাহ, ডিঙিৰ বিষৰ দৰে কিছুমান উপসর্গই দেখা দিব পাৰে। লগতে জুৰ বা পেটৰ সমস্যা থাকিলে নিশ্চিতভাৱে ক’ভিড পৰীক্ষা কৰাব লাগিব।

ক্লান্তিভাব

শিশুৰ যদি হঠাৎ অতিশয় ক্লান্তিবােধ হয় বা সামান্য কথাতে ফোপাবলৈ ধৰে, তেন্তে সেইবেৰাে সংক্ৰমণৰ লক্ষণ হ’ব পাৰে।

অদ্ভুত ৰেশ্ব

শিশুৰ মাজত ৰেশ্ব বা ছালৰ আন সমস্যা তথা ‘ক’ভিড ট’জ’ যােৱা বছৰতে প্রথমে দেখা গৈছিল। প্রাপ্তবয়স্কসকলৰ লগতে নানা ধৰণৰ ছালৰ সমস্যা শিশুৰ ক্ষেত্ৰত ক’ভিডৰ অন্যতম উপসর্গ। সাধাৰণতে শিশুৰ শৰীৰত বিভিন্ন ধৰণৰ ৰেশ্ব লাগিয়ে থাকে। অৱশ্যে যদি শৰীৰত কোনাে অদ্ভুত ৰঙচুৱা দাগ বা পানীজোলা বা ৰেশ্ব দৃষ্টিগােচৰ হয়,
তেন্তে সতর্ক হােৱা ভাল। হাত-ভৰিৰ নখ হঠাৎ শেঁতা পৰিছে নেকি সেয়াও লক্ষ্য ৰখা উচিত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Covid-19Health
publisher

publisher

Related Posts

কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক
Lifestyle

May 1, 2026
গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক
Lifestyle

গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

April 28, 2026
সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?
Lifestyle

সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

April 28, 2026
অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ
Lifestyle

অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

April 28, 2026
আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে
Lifestyle

আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

April 25, 2026
ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল
Lifestyle

ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d