সমগ্ৰ দেশৰ লগতে অসমতো দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ । এনে পৰিস্থিতিত সকলোৱে যথাসম্ভৱ সহায় কৰিবলৈ আগবাঢ়ি আহিছে । অসম জাতীয় পৰিষদ চমুকৈ অজাপ-এও ক’ভিড পজিটিভ ৰোগীসকলৰ বাবে বিভিন্ন সেৱা আগবঢ়াইছে ।
অতিমাৰীৰ সময়ত অজাপে ক’ভিড পজিটিভসকলক ঔষধ, অক্সিজেন, খোৱা সামগ্ৰীকে ধৰি বিভিন্ন সমস্যাৰ পৰা কিছু হ’লেও সকাহ দিবৰ বাবে জিলাভিত্তিক বিশেষ জৰুৰীকালীন ক’ভিড সঁহাৰি কোষ গঠন কৰিছে ।
ক’ভিড জৰুৰীকালীন সঁহাৰি কোষৰ ফোন নম্বৰসমূহ হৈছে -
কামৰূপ মহানগৰ জিলা –
৯১০১৩-২১৬৭৯
৯৪৩৫৭-৩১৮২০
শিৱসাগৰ জিলা –
৮৮২২০-৯১৫৭২
ডিব্ৰুগড় জিলা –
৮৮১২৮-৭৬৪০৪
দৰং জিলা –
৬৯০১৯-৯৭০০১
ধেমাজি জিলা –
৯৯৫৪৩-৩২৪৩০
৯১০১৭-৩০২৬৮
৮৬৩৮২-৪০০৭৪
তিনিচুকীয়া জিলা –
৭৫৭৫৯-৬৯৫৫৭
নলবাৰী জিলা –
৯৯৫৭৪-৪৩০৫২
৯৮৬৪৬-৯৯০৫৮
৮০১১৪-৩০৫১৮
৯৯৫৪৯-০৬০১৩
৮৬৩৮৫-৭৪৬৩৬
হোজাই জিলা –
৯৮৬৪২-২২০২৮
৭০০২৮-৩৫৫৮৯
যোৰহাট জিলা –
৭০০২৭-৯৫২২৭
বঙাইগাঁও জিলা –
৮৬৩৮১-৮২১২৯
লখিমপুৰ জিলা –
৯৭০৬০-৬৮৯৭১
তেজপুৰ জিলা –
৬০২৬৫-৫৬৫০৭
মৰিগাঁও জিলা –
৭০০২৩-১৯২৮৪
বাগসা জিলা –
৯৩৬৫১-০৬৬৯১
বিশ্বনাথ জিলা –
৯৩৯৪১-০৪৯২৯
শদিয়া মহকুমা –
৮৮২২৫-৮৭১৫৬
ধুবুৰী জিলা –
৮৬৩৮২-৭৩০৬১
বজালী জিলা –
৮০১১৪-৩৪৩৬৮
৯৯৫৭৭-০৯১৭৩
কামৰূপ জিলা –
৯৮৬৪২-৯৪২৯৩
প্লাজমা দান কৰিবৰ বাবেও তেওঁলোকে লিংক প্ৰদান কৰিছে । Click Here