ভাৰতত জুনত উন্মোচন হ’ব ৰিয়েলমি চি২৫এছ-ৰ

c25

■ ভাৰতত জুনত মুক্তি পাব ৰিয়েলমি চি২৫এছ ।
■ ইতিমধ্যে মালয়েছিয়াত ফোনটো উন্মোচন কৰা হৈছে আৰু ই চলিত ৰিয়েলমি চি২৫ তকৈ অধিক শক্তিশালী ।
■ স্মাৰ্টফোনটোত উপলব্ধ হ’ব ৪৮ মেগাপিক্সেলৰ ৰেয়াৰ কেমেৰা আৰু ৬০০০mAh ৰ বেটেৰী ।
■ ই দুটা ষ্টোৰেজ ভেৰিয়েণ্টত উপলব্ধ হ’ব – ৪জিবি + ৬৪জিবি আৰু ৪জিবি + ১২৮জিবি ।
■ স্মাৰ্টফোনটো মালয়েছিয়াত ৱাটাৰ ব্লু আৰু ৱাটাৰ গ্ৰে ৰঙত উপলব্ধ । কিন্তু ভাৰতত এই দুটা ৰং উপলব্ধ হ’ব নে নাই সেই বিষয়ে কোনো তথ্য লাভ কৰা নাই ।
■ মালয়েছিয়াত ৪জিবি + ১২৮জিবি ষ্টোৰেজ সংস্কৰণৰ মূল্য এমৱাইআৰ ৬৯৯ (প্ৰায় ১২,২০০ টকা) ।
■ ৰিয়েলমি ইউআই ২.০ৰে ই এণ্ড্ৰ‌ইড ১১ চলিত হ’ব ।
■ ৰিয়েলমি চি২৫এছ মেডিয়াটেক জি৭০ এছচিৰ দ্বাৰা পৰিচালিত ।

Exit mobile version