বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষ্মীনন্দন বৰাদেৱৰ বিয়োগত মৰ্মাহত হৈছোঁ । তেখেতৰ অনন্য সাহিত্যকৰ্মত সাৱলীলভাৱে প্ৰতিফলিত হৈছিল অসমৰ জনজীৱনৰ বিভিন্ন দিশ । তেখেতৰ বিয়োগ আমাৰ জাতীয় জীৱনৰ লগতে সাহিত্য জগতৰ বাবে এক অপূৰণীয় ক্ষতি।
বৰাদেৱৰ শোকস্তব্ধ পৰিয়াল তথা অজস্ৰ গুণমুগ্ধলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেখেতৰ বিদেহ্ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ । ঔঁ শান্তি ।
বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষ্মীনন্দন বৰাদেৱৰ বিয়োগত মৰ্মাহত হৈছোঁ। তেখেতৰ বিয়োগ আমাৰ জাতীয় জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি।
বৰাদেৱৰ শোকস্তব্ধ পৰিয়াললৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। ঔঁ শান্তি pic.twitter.com/Ot1t39TDyX
— Sarbananda Sonowal (Modi Ka Parivar) (@sarbanandsonwal) June 3, 2021