ক’ভিড পৰিস্থিতিত বিধ্বস্ত অসমৰ পৰ্যটন বিভাগ

tourrist 20210322 402 602

সমগ্ৰ দেশতে বৰ্তমান কৰ’না ভাইৰাছৰ প্ৰকোপ । সাম্যক নিয়ন্ত্ৰণত হ’লেও সকলো বিভাগকে কোঙা কৰিছে অতিমাৰীয়ে । ফলত বিধ্বস্ত হৈ পৰিছে অৰ্থনীতি । অসমৰ পৰ্যটন বিভাগো ইয়াৰ পৰিপন্থী নহয় । ক’ভিড অতিমাৰীৰ ব্যাপক প্ৰভাৱ পৰিছে বিভাগটোত ।

ৰাজ্যিক বনমন্ত্ৰী পৰিমল শুক্লবদ্য‌ই কয়, পৰ্যটন বিভাগৰ লগতে বিভিন্ন ৰাজহ খণ্ডটো অতিমাৰীৰ প্ৰভাৱ পৰিছে । ম‌ই লোকচানৰ সাংখ্যিক তথ্য দিব নোৱাৰিম, কিন্তু কাজিৰঙাৰো বহুত লোকচান হৈছে ।’

Exit mobile version