গাৰ্লফ্ৰেণ্ডৰ বাবে আইফোন বিচৰা এজনক কাব্যিক প্ৰত্যুত্তৰ ছনু ছুডৰ 

1623508633 download 3

সম্প্ৰতি অতিমাৰীৰ সময়ছোৱাত বাস্তৱৰ নায়ক হৈ পৰা ছনু ছুডে প্ৰায়েই সামাজিক মাধ্যমত জনসাধাৰণক সঁহাৰি জনায় । ছনুৰ সহায়ৰ প্ৰয়োজন হোৱা লোকসকলক দৃষ্টি গোচৰ কৰিবৰ বাবে তেওঁৰ অনুৰাগীসকলে টুইটাৰত তেওঁক টেগ কৰি প’ষ্ট কৰে । কিন্তু সম্প্ৰতি অভিনেতাজনে কিছুমান অদ্ভূত অনুৰোধ লাভ কৰিছে ।

শেহতীয়াকৈ ছনুৰ এজন অনুৰাগীয়ে তেওঁক প্ৰশ্ন কৰে যে তেওঁ তেওঁৰ গাৰ্লফ্ৰেণ্ডৰ বাবে এটা আইফোনৰ যোগাৰ কৰিব পাৰিব নেকি ? আন‌এজনে কয়, দবঙৰ অভিনেতাৰ চলিত ক্ৰিকেট খেলৰ ভাগ্য পৰিৱৰ্তন কৰিব পৰা অতিশক্তি আছিল ।

এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে ছনু ছুডক কয়, ‘মোৰ গাৰ্লফ্ৰেণ্ডে আইফোন বিচাৰিছে, কিবা কৰিব পাৰিব নেকি ?’

সেই টুইটৰ প্ৰত্যুত্তৰত ছনুৱে কয়, ‘সেইটোতো নাজানো, কিন্তু যদি আইফোন দিওঁ তোমাৰ একো নাথাকিব ।’

দ্বিতীয়টো টুইটত তেওঁক এজন লোকে ডব্লিউটিচি-ৰ চূড়ান্ত খেল চলি থাকোতে নিউজিলেণ্ডৰ অধিনায়ক কেন ৱিলিয়ামচনক আউট কৰিবলৈ কয়, সেই টুইটত ছনুৱে কয়, ভাৰতীয় দলত এনে অসাধাৰণ খেলুৱৈ আছে যিয়ে তেওঁক নিজেই  পঠাই দিব । দেখিলা, গ’ল নহয় ।

চাওক এই দুই প’ষ্টৰ স’তে জড়িত কেইটামান প’ষ্ট –

Exit mobile version